প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

নৱৰাত্ৰি উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 03 OCT 2024 9:34AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰি উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"দেশবাসীক নৱৰাত্ৰিৰ শুভেচ্ছা জনাইছো। শক্তি-বন্দনাৰ প্ৰতি সমৰ্পিত এই পবিত্ৰ উৎসৱ সকলোৰে বাবে শুভ প্ৰমাণিত হওঁক, এইটোৱেই কামনা। জয় মাতা দি!"

*****

MJPS/TS/HS/AT
 



(Release ID: 2061435) Visitor Counter : 21