প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘স্বচ্ছ ভাৰত অভিযান’ৰ ১০টা বছৰক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

प्रविष्टि तिथि: 02 OCT 2024 9:19AM by PIB Guwahati

 

ভাৰতক স্বচ্ছ কৰি তোলা আৰু উন্নত অনাময় সুবিধা নিশ্চিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ সামূহিক প্ৰচেষ্টা- ‘স্বচ্ছ ভাৰত অভিযান’ৰ ১০টা বছৰ সম্পূৰ্ণ হোৱাৰ মুহূৰ্তত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংশ্লিষ্ট সকলোকে প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

"ভাৰতক স্বচ্ছ কৰি তোলা আৰু উন্নত অনাময় সুবিধা নিশ্চিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ সামূহিক প্ৰচেষ্টা ‘স্বচ্ছ ভাৰত’ৰ আজি আমি ১০টা বছৰ সম্পূৰ্ণ কৰিছোঁ। এই আন্দোলনক সফল কৰিবলৈ অহোপুৰুষাৰ্থ কৰা সকলোকে মই অভিবাদন জনাইছোঁ!"



 

***


MJPS/TS/KB


(रिलीज़ आईडी: 2061124) आगंतुक पटल : 87
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam