প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
লতা মংগেশকাৰক জন্মজয়ন্তীত স্মৰণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
পোষ্ট কৰা হৈছে:
28 SEP 2024 9:42AM by PIB Guwahati
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্কক প্ৰতিফলিত কৰি তেওঁ এটা আন্তৰিক লেখাও শ্বেয়াৰ কৰে।
এক্সত এটা পোষ্টত তেওঁ লিখিছে-
"লতা দিদীক জন্মজয়ন্তীত স্মৰণ কৰিছো। তেখেতৰ অন্তৰস্পৰ্শী গীতবোৰে মানুহৰ হৃদয় আৰু মনত সদায় সজীৱ হৈ থাকিব। লতা দিদী আৰু মোৰ মাজত এক বিশেষ বান্ধোন আছিল। তেখেতৰ মৰম আৰু আশীৰ্বাদ লাভ কৰাৰ সৌভাগ্য হৈছিল মোৰ।"
*****
MJPS/ VJ/BM/AK
(ৰিলিজ আই ডি : 2060255)
অতিথি কক্ষ : 71
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam