প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে হিন্দী দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে

प्रविष्टि तिथि: 14 SEP 2024 9:21AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিন্দী দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

এক্সত এটা বাৰ্তাত, শ্ৰী মোদীয়ে লিখে:

“সকলো দেশবাসীক হিন্দী দিৱসৰ বহুত বহুত শুভকামনা।”

**********

 

MJPS/SR


(रिलीज़ आईडी: 2054913) आगंतुक पटल : 66
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam