প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সীতাৰাম য়েচুৰীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 12 SEP 2024 6:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিপ্ৰাক্তন সাংসদ সীতাৰাম য়েচুৰীৰ দেহাৱসানত শোক প্ৰকাশ কৰে।


এক্সত এক শোক বাৰ্তাত শ্ৰী মোদীয়ে কয়ঃ


“সীতাৰাম য়েচুৰী ডাঙৰীয়াৰ বিয়োগত শোকাহত হৈছোঁ। তেওঁ বাওঁপন্থী চিন্তা-ধাৰাৰ এগৰাকী অগ্ৰদূত আছিল আৰু ভিন্ন ৰাজনৈতিক মতাদৰ্শৰ মাজত সংযোগ স্থাপনৰ দক্ষতাৰ বাবে তেওঁ পৰিচিত আছিল। এগৰাকীসুদক্ষ সাংসদ হিচাপেও তেওঁ সৰ্বজনবিদিত। এই শোকৰ মুহূৰ্তত মই তেওঁৰ পৰিয়ালবৰ্গ আৰু অনুগামীসকললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ঔম শান্তি।”

*****

MJPS/SR/SB
 


(रिलीज़ आईडी: 2054291) आगंतुक पटल : 68
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam