প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতৰ মুখ্য ন্যায়াধীশৰ বাসগৃহত গণেশ পূজাত অংশ ল’লে প্ৰধানমন্ত্ৰীয়ে

Posted On: 11 SEP 2024 11:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ মুখ্য ন্যায়াধীশ, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ বাসগৃহত আয়োজন কৰা গণেশ পূজাত অংশগ্ৰহণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে আমাৰ সকলোৰে সুখ, সমৃদ্ধি আৰু উন্নত স্বাস্থ্যৰ বাবে ভগৱান গণেশৰ ওচৰত প্ৰাৰ্থনা কৰে৷

এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“ভাৰতৰ মুখ্য ন্যায়াধীশ, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ বাসগৃহত আয়োজন কৰা গণেশ পূজাত অংশগ্ৰহণ কৰিলোঁ৷

ভগৱান শ্ৰী গণেশে আমাৰ সকলোকে সুখ, সমৃদ্ধি আৰু উন্নত স্বাস্থ্য প্ৰদান কৰক৷”

***

MJPS/ST/DB



(Release ID: 2054278) Visitor Counter : 14