প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ নাগালেণ্ডৰ ৰাজ্যপালৰ

পোষ্ট কৰা হৈছে: 29 AUG 2024 12:41PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক নাগালেণ্ডৰ ৰাজ্যপাল শ্ৰী লা গণেশনে সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে (PMO) এক্সত এইদৰে প’ষ্ট কৰিছেঃ

"নাগালেণ্ডৰ ৰাজ্যপাল শ্ৰী লা গণেশনে প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।"

***

MJPS/RT/SB
 


(ৰিলিজ আই ডি : 2049670) অতিথি কক্ষ : 65