প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                    
                    
                        প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে
                    
                    
                        
                    
                
                
                    Posted On:
                07 AUG 2024 10:14AM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতীয় কলা-কুশলীসকলৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰি তেওঁ 'ভোকেল ফৰ লোকেল' উদ্যমৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে।
শ্ৰী মোদীয়ে 'এক্স'ৰ এটা পোষ্টত লিখিছে:
"ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ শুভেচ্ছা! আমি আমাৰ দেশৰ হস্ততাঁতৰ সমৃদ্ধ ঐতিহ্য আৰু অতুলনীয় পৰম্পৰাক লৈ অপাৰ গৌৰৱ অনুভৱ কৰো। আমি আমাৰ কলা-কুশলীসকলৰ প্ৰচেষ্টাকো আদৰণি জনাইছো আৰু 'ভোকেল ফৰ লোকেল' হোৱাত আমাৰ প্ৰতিশ্ৰুতি দোহাৰিছো।"
 
***
DS/SR/NB/AT
                
                
                
                
                
                (Release ID: 2042445)
                Visitor Counter : 67
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Hindi_MP 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam