প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

তেলেংগানাৰ ৰাজ্যপালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

प्रविष्टि तिथि: 03 AUG 2024 9:45PM by PIB Guwahati

তেলেংগানাৰ ৰাজ্যপাল শ্ৰী জিষ্ণু দেৱ বাৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে;

“তেলেংগানাৰ ৰাজ্যপাল শ্ৰী জিষ্ণু দেৱ বাৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।”

**********

 

DS/ST


(रिलीज़ आईडी: 2041445) आगंतुक पटल : 66
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Hindi_MP , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam