প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ঝাৰখণ্ডৰ ৰাজ্যপালৰ সাক্ষাৎ প্ৰধানমন্ত্ৰীক

পোষ্ট কৰা হৈছে: 03 AUG 2024 9:43PM by PIB Guwahati

আজি নতুন দিল্লীত ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰী সন্তোষ গংগৱাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স পোষ্টত কয়;

“ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰী @santoshgangwar ডাঙৰীয়াই প্ৰধানমন্ত্ৰী @narendramodiৰ সৈতে বৈঠকত মিলিত হৈছিল।”

***

DS/ST


(ৰিলিজ আই ডি : 2041443) অতিথি কক্ষ : 96