প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰাজ্যপালসকলৰ সন্মিলনত অংশগ্ৰহণ কৰে
পোষ্ট কৰা হৈছে:
03 AUG 2024 10:40PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত ৰাজ্যপালসকলৰ সন্মিলনত অংশগ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;
“আজি ৰাজ্যপালসকলৰ সন্মিলনত অংশগ্ৰহণ কৰোঁ আৰু বিভিন্ন আলোচনাত অংশ লওঁ। ইয়াত কিছু আভাস দিয়া হৈছে।”
**********
DS/ST
(ৰিলিজ আই ডি : 2041437)
অতিথি কক্ষ : 98
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam