পোষ্ট কৰা হৈছে:
03 AUG 2024 9:39PM by PIB Guwahati
আজি নতুন দিল্লীত চত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী ৰমেন ডেকাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰে; “চত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী ৰমেন ডেকাই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”
***
DS/ST/MS