প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন সাংসদ থিৰু মাষ্টাৰ মাথানৰ মৃত্যুত শোক প্ৰকাশ কৰে

प्रविष्टि तिथि: 27 JUL 2024 10:51AM by PIB Guwahati

প্ৰাক্তন সাংসদ থিৰু মাষ্টাৰ মাথানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে থিৰু মাষ্টাৰ মাথানক সমাজ সেৱা আৰু নিপীড়িত লোকৰ বাবে কাম কৰাৰ প্ৰচেষ্টাৰ বাবে মানুহে সদায় স্মৰণ কৰিব।

এক্সত প্ৰধানমন্ত্ৰীয়ে প’ষ্ট কৰে;

“প্ৰাক্তন সাংসদ থিৰু মাষ্টাৰ মাথান জীৰ বিয়োগত মই বেদনাহত হৈছো। সমাজ সেৱা আৰু নিপীড়িত লোকৰ বাবে কাম কৰাৰ বাবে তেওঁক সদায় স্মৰণ কৰা হ’ব। তামিলনাডুত আমাৰ দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰতো তেওঁ প্ৰশংসনীয় ভূমিকা পালন কৰিছিল। তেওঁৰ পৰিয়াল আৰু সমৰ্থকলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।”

***

DS/ST/MS


(रिलीज़ आईडी: 2039101) आगंतुक पटल : 70
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Hindi_MP , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam