প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নোবেল বঁটা বিজয়ী শ্ৰীযুত এণ্টন জেলিংগাৰক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 10 JUL 2024 9:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নোবেল বঁটা বিজয়ী অষ্ট্ৰিয়াৰ প্ৰখ্যাত পদাৰ্থবিজ্ঞানী শ্ৰীযুত এণ্টন জেইলিংগাৰক সাক্ষাৎ কৰে। কোৱাণ্টাম বলবিজ্ঞানৰ কামৰ বাবে পৰিচিত জেইলিংগাৰে ২০২২ চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় কোৱাণ্টাম অভিযান সন্দৰ্ভত নিজৰ চিন্তা পদাৰ্থবিজ্ঞানীগৰাকীৰ সৈতে শ্বেয়াৰ কৰে। তেওঁ আৰু শ্ৰীযুত জেইলিংগাৰে সমসাময়িক সমাজৰ ওপৰত কোৱাণ্টাম কম্পিউটিং আৰু কোৱাণ্টাম টেকৰ ভূমিকা আৰু ভৱিষ্যতৰ বাবে ইয়াৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোচনা কৰে।

 

***

DS/ST/AK/MS


(रिलीज़ आईडी: 2033239) आगंतुक पटल : 74
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Hindi_MP , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam