প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ লগে লগে সকলো তীৰ্থযাত্ৰীলৈ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 29 JUN 2024 1:06PM by PIB Guwahati

পৱিত্ৰ অমৰনাথ যাত্ৰাৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি সকলো তীৰ্থযাত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে আজি এই সন্দৰ্ভত এক্সত পোষ্ট কৰি লিখিছে:

‘পৱিত্ৰ অমৰনাথ যাত্ৰাৰ আৰম্ভণিতে সকলো তীৰ্থযাত্ৰীলৈ মোৰ আন্তৰিক শুভেচ্ছা। বাবা বৰ্ফানীৰ দৰ্শন আৰু পূজাৰ সৈতে জড়িত এই যাত্ৰাই শিৱৰ ভক্তসকলৰ মাজত অপৰিসীম শক্তিৰ সঞ্চাৰ কৰিব। বাবাৰ কৃপাত সকলো ভক্তৰ জীৱন মংগলময় হওক, সেয়াই মোৰ কামনা। জয় বাবা বৰ্ফানী!”

***

DS/ST/AV


(रिलीज़ आईडी: 2029599) आगंतुक पटल : 98
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Hindi_MP , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam