প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 28 JUN 2024 12:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে কয় যে পি ভি নৰসিংহক তেওঁৰ নেতৃত্ব আৰু জ্ঞানৰ বাবে স্মৰণ কৰা হয় আৰু এই বছৰৰ আৰম্ভণিতে আমি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমৃদ্ধ অৱদানক স্বীকৃতি দি তেওঁক ভাৰত ৰত্ন প্ৰদান কৰাটো আমাৰ দেশ আৰু চৰকাৰৰ বাবে এক সন্মানৰ বিষয়।

প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত কয়;

"মই প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁক নেতৃত্ব আৰু জ্ঞানৰ বাবে স্মৰণ কৰা হয়। এই বছৰৰ আৰম্ভণিতে আমি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমৃদ্ধ অৱদানক স্বীকৃতি দি তেওঁক ভাৰত ৰত্ন প্ৰদান কৰাটো আমাৰ দেশ আৰু চৰকাৰৰ বাবে এক সন্মানৰ বিষয়"

***

DS/ST/MK/BB



(Release ID: 2029310) Visitor Counter : 10