পোষ্ট কৰা হৈছে:
24 JUN 2024 11:20AM by PIB Guwahati
অষ্টাদশ লোকসভাৰ সাংসদ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;
"আমাৰ দেশৰ সেৱা কৰি গৌৰৱান্বিত হৈছো। সংসদ সদস্য হিচাপে শপত গ্ৰহণ কৰিছোঁ।"
***
DS/ST/KB