প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কাশীৰ ডঃ সম্পূৰ্ণানন্দ ক্ৰীড়া ষ্টেডিয়ামৰ কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 18 JUN 2024 11:20PM by PIB Guwahati

দিনটোৰ ব্যস্ত কাৰ্যসূচীত কিষাণ সন্মান নিধিৰ অধীনত ধন প্ৰদান, গংগা আৰতি আৰু কাশী বিশ্বনাথ মন্দিৰত প্ৰাৰ্থনা কৰাৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীত ডঃ সম্পূৰ্ণানন্দ ক্ৰীড়া ষ্টেডিয়াম আৰু ক্ৰীড়া কমপ্লেক্স নিৰ্মাণ কাৰ্যৰ পৰ্যালোচনা কৰিবলৈ এক আকস্মিক ভ্ৰমণ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট এইদৰে কৰিছেঃ

"কাশীৰ ডঃ সম্পূৰ্ণানন্দ ক্ৰীড়া ষ্টেডিয়ামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰোঁ। এই ষ্টেডিয়াম আৰু ক্ৰীড়া কমপ্লেক্সে কাশীৰ যুৱক-যুৱতীসকলক যথেষ্ট সহায় কৰিব।"

************

 

DS/KG


(रिलीज़ आईडी: 2026549) आगंतुक पटल : 87
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Hindi_MP , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam