প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী প্ৰেম সিং টামাঙক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
10 JUN 2024 9:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী প্ৰেম সিং টামাঙক অভিনন্দন জ্ঞাপন কৰিছে।
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী @PSTamangGolayক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁ কাৰ্যকালৰ সফলতা কামনা কৰিলো আৰু ছিকিমৰ প্ৰগতিৰ হকে তেওঁৰ সৈতে কাম কৰিবলৈ মই আগ্ৰহী।
***
DS/ST/DB
(रिलीज़ आईडी: 2023920)
आगंतुक पटल : 95
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam