ৰাষ্ট্ৰপতি সচিবালয়

প্ৰেছ বিজ্ঞপ্তি

Posted On: 10 JUN 2024 7:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নিম্ন-উল্লেখিত সদস্যসকলৰ মাজত দপ্তৰসমূহ বিতৰণৰ নিৰ্দেশ প্ৰদান কৰিছেঃ-

 

প্ৰধানমন্ত্ৰী

শ্ৰীনৰেন্দ্ৰ মোদী

 

প্ৰধানমন্ত্ৰী আৰুলগতে দায়িত্বত থাকিবঃ

কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়;

আণৱিক শক্তি বিভাগ;

মহাকাশ বিভাগ;

সকলো গুৰুত্বপূৰ্ণ নীতি বিষয়; আৰু

কোনো মন্ত্ৰীক প্ৰদান নকৰা আন সকলো দপ্তৰ।

কেবিনেট মন্ত্ৰীসকল

 

  1.  

শ্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী।

  1.  

শ্ৰী অমিত শ্বাহ

গৃহ পৰিক্ৰমা মন্ত্ৰী; আৰু

সমবায় মন্ত্ৰী।

  1.  

শ্ৰী নীতিন জয়ৰাম গাডকাৰী

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী।

  1.  

শ্ৰী জগত প্ৰকাশ নাড্ডা

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী; আৰু

ৰসায়ন আৰু সাৰ মন্ত্ৰী।

  1.  

শ্ৰী শিৱৰাজ সিং চৌহান

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী; আৰু

গ্ৰামোন্নয়ন মন্ত্ৰী।

  1.  

শ্ৰীমতী নিৰ্মলা সীতাৰমন

বিত্তমন্ত্ৰী; আৰু

কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী।

  1.  

ডঃ সুব্ৰমনিয়ম জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

  1.  

শ্ৰী মনোহৰ লাল

গৃহ-নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী; আৰু

শক্তি মন্ত্ৰী।

  1.  

শ্ৰী এইচ. ডি. কুমাৰস্বামী

গুৰু উদ্যোগ মন্ত্ৰী; আৰু

তীখা মন্ত্ৰী।

  1.  

শ্ৰী পীয়ূষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী।

  1.  

শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

শিক্ষা মন্ত্ৰী।

  1.  

শ্ৰী জিতন ৰাম মাঞ্জী

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী।

  1.  

শ্ৰী ৰাজীৱ ৰঞ্জন সিং ওৰফে লালন সিং

পঞ্চায়তীৰাজ মন্ত্ৰী; আৰু

মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰী।

  1.  

শ্ৰী সৰ্বানন্দ সোণোৱাল

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী।

  1.  

ডঃ বীৰেন্দ্ৰ কুমাৰ

সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী।

  1.  

শ্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডু

অসামৰিক বিমান পৰিবহণ মন্ত্ৰী।

  1.  

শ্ৰী প্ৰহ্লাদ যোশী

উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী; আৰু

নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰী।

  1.  

শ্ৰী জুৱেল ওৰাম

জনজাতি পৰিক্ৰমা মন্ত্ৰী।

  1.  

শ্ৰী গিৰিৰাজ সিং

বস্ত্ৰ মন্ত্ৰী।

  1.  

শ্ৰী অশ্বিনী বৈষ্ণৱ

ৰেল মন্ত্ৰী;

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী; আৰু

ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী।

  1.  

শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়া

যোগাযোগ মন্ত্ৰী; আৰু

উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী।

  1.  

শ্ৰী ভূপেন্দ্ৰ যাদৱ

পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী।

  1.  

শ্ৰী গজেন্দ্ৰ সিং শেখাৱট

সাংস্কৃতিক মন্ত্ৰী; আৰু

পৰ্যটন মন্ত্ৰী।

  1.  

শ্ৰীমতী অন্নপূৰ্ণা দেৱী

মহিলা আৰু শিশু বিকাশ মন্ত্ৰী।

  1.  

শ্ৰী কিৰেণ ৰিজিজু

সংসদীয় পৰিক্ৰমা মন্ত্ৰী; আৰু

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী।

  1.  

শ্ৰী হৰদীপ সিং পুৰী

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী।

  1.  

ডঃ মনসুখ মাণ্ডৱিয়া

শ্ৰম আৰু নিয়োগ মন্ত্ৰী; আৰু

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী।

  1.  

শ্ৰী জী. কিশান ৰেড্ডী

কয়লা মন্ত্ৰী; আৰু

খনি মন্ত্ৰী।

  1.  

শ্ৰী চিৰাগ পাছৱান

খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী।

  1.  

শ্ৰী চি আৰ পাটিল

জল শক্তি মন্ত্ৰী।

ৰাজ্যিক মন্ত্ৰীসকল (স্বতন্ত্ৰ দায়িত্ব)

 

  1.  

ৰাও ইন্দ্ৰজিৎ সিং

পৰিসংখ্যা আৰু কাৰ্য্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব);

পৰিকল্পনা মন্ত্ৰালয়ৰৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); আৰু

সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

ডাঃ জিতেন্দ্ৰ সিং

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব);

পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব);

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ৰ ৰাজ্যিক মন্ত্ৰী;

কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী;

আণৱিক শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী; আৰু

মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী অৰ্জুন ৰাম মেঘৱাল

আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); আৰু

সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী যাদৱ প্ৰতাপৰাও গণপতৰাও

আয়ুষ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); আৰু

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী জয়ন্ত চৌধাৰী

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); আৰু

শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

ৰাজ্যিক মন্ত্ৰীসকল

  1.  

শ্ৰী জিতিন প্ৰসাদ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু

ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী শ্ৰীপদ য়েছু নাইক

শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু

নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী পংকজ চৌধাৰী

বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী কৃশন পাল

সমবায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী ৰামদাস আঠাৱালে

সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী ৰামনাথ ঠাকুৰ

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী নিত্যানন্দ ৰায়

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰীমতী অনুপ্ৰিয়া পেটেল

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু

ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী ভি. সোমান্না

জল শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু

ৰেল মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

ডাঃ চন্দ্ৰ শেখৰ প্ৰেম্মাচানী

গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু

যোগাযোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

প্ৰফেচৰ এছ. পি. সিং বাঘেল

মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু

পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

সুশ্ৰী শোভা কৰণ্ডলাজে

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী কীৰ্তিবৰ্ধন সিং

পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী বি. এল. বাৰ্মা

উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু

সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী শান্তনু ঠাকুৰ

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী সুৰেশ গোপী

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু

পৰ্যটন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

ডঃ এল. মুৰুগন

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু

সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী অজয় টমটা

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী বণ্ডী সঞ্জয় কুমাৰ

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী কমলেশ পাছৱান

গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী ভগীৰথ চৌধাৰী

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী সতীশ চন্দ্ৰ ডুবে

কয়লা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু

খনি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী সঞ্জয় শেঠ

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী ৰৱনীত সিং

খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু

ৰেল মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী দুৰ্গা দাস উইকে

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰীমতী ৰক্ষা নিখিল খডছে

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী সুকান্ত মজুমদাৰ

শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু

উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰীমতী সাৱিত্ৰী ঠাকুৰ

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী টোখন চাহু

গৃহ-নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী ৰাজ ভূষণ চৌধাৰী

জল শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মা

গুৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু

তীখা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী হৰ্ষ মালহোত্ৰ

কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰীমতী নিমুবেন জয়ন্তীভাই বামভানিয়া

উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী মুৰুলীধৰ মোহুল

সমবায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী জৰ্জ কুৰিয়ান

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু

মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

  1.  

শ্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু

বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

 

*****

DS/SB



(Release ID: 2023886) Visitor Counter : 129