ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

প্ৰেছ বিজ্ঞপ্তি

পোষ্ট কৰা হৈছে: 05 JUN 2024 2:18PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিক সাক্ষাতেৰে মন্ত্ৰী পৰিষদৰ লগতে তেখেতৰ পদত্যাগ পত্ৰ দাখিল কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে পদত্যাগ পত্ৰখন গ্ৰহণেৰে নতুন চৰকাৰখনে কাৰ্য্যভাৰ গ্ৰহণ নকৰালৈকে শ্ৰী নৰেন্দ্ৰ মোদী আৰু মন্ত্ৰী পৰিষদক দায়িত্ব পালন কৰি যাবলৈ অনুৰোধ জনায়।

***

DS/ST/AK/SB
 


(ৰিলিজ আই ডি : 2022861) অতিথি কক্ষ : 165