ভাৰতীয় নিৰ্বাচন আয়োগ

‘সাধাৰণ নিৰ্বাচন ২০২৪’ ৰ ‘প্ৰথম পৰ্যায়’ত ভোটদানৰ হাৰ ৬৬.১৪% আৰু ‘দ্বিতীয় পৰ্যায়’ত ৬৬.৭১%

‘প্ৰথম পৰ্যায়’ আৰু ‘দ্বিতীয় পৰ্যায়’ৰ ভোটদানৰ তথ্য প্ৰকাশ কৰিছে ‘ইচিআই’-য়ে

Posted On: 30 APR 2024 8:01PM by PIB Guwahati

 

চলিত সাধাৰণ নিৰ্বাচন ২০২৪-ৰ ইতিমধ্যে সম্পন্ন হোৱা দুটা পৰ্যায়ৰ ভোটগ্ৰহণত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ১০২টা সংসদীয় সমষ্টিত ভোটদানৰ হাৰ ৬৬.১৪% আৰু দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত ৮৮টা সংসদীয় সমষ্টিত ভোটদানৰ হাৰ হৈছে ৬৬.৭১%দুটা পৰ্যায়ত লিংগ অনুসৰি ভোটাৰৰ ভোটদানৰ পৰিসংখ্যা তলত দিয়া হৈছে:

 

পৰ্যায়

পুৰুষৰ ভোটদান

মহিলাৰ ভোটদান

তৃতীয় লিংগৰ ভোটদান

সৰ্বমুঠ ভোটদান

প্ৰথম পৰ্যায়

৬৬.২২%

৬৬.০৭%

৩১.৩২%

৬৬.১৪%

দ্বিতীয় পৰ্যায়

৬৬.৯৯%

৬৬.৪২%

২৩.৮৬%

৬৬.৭১%

 

২. প্ৰথম পৰ্যায়ৰ বাবে ৰাজ্য অনুসৰি আৰু সংসদীয় সমষ্টি অনুসৰি ভোটাৰৰ ভোটদানৰ তথ্য তালিকা-১ আৰু -ত দিয়া হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ বাবে ক্ৰমে তালিকা ৩ আৰু -ত দিয়া হয়। খালি থকা স্থানে সেই কেন্দ্ৰত সংশ্লিষ্ট শ্ৰেণীৰ ভোটাৰ নথকাৰ তথ্য সূচিত কৰিছেপ্ৰ-পত্ৰ ১৭চি-ৰ জৰিয়তে নিৰ্বাচনী বিষয়াসকলৰ দ্বাৰা আইটি প্ৰণালী ভোটাৰ টাৰ্ণআউট এপত সংসদীয় সমষ্টি আৰু বিধানসভা সমষ্টি অনুসৰি নিয়মীয়াকৈ শেহতীয়া তথ্য পঞ্জীভূক্ত কৰা হৈছেসকলো প্ৰাৰ্থীক তেওঁলোকৰ ভোটদান এজেণ্টৰ জৰিয়তে একোটা সমষ্টিৰ প্ৰতিটো ভোটকেন্দ্ৰৰ প্ৰ-পত্ৰ ১৭চি-ৰ প্ৰতিলিপিও প্ৰদান কৰা হয়। প্ৰকৃত তথ্যৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰাৰ্থীসকলৰ সৈতে সহভাগ কৰা প্ৰ-পত্ৰ ১৭ চি-য়ে প্ৰাধান্য পাবচূড়ান্ত ভোটদান কেৱল গণনাৰ পিছতহে উপলব্ধ হ'ব আৰু মুঠ ভোট গণনাত ডাক বেলটৰ গণনা সংযোজিত হ'ব। ডাক বেলটৰ ভিতৰত সেৱাৰত ভোটাৰসকলক প্ৰদান কৰা ডাক বেলট, অনুপস্থিত ভোটাৰ (৮৫+, পিডব্লিউডি, অত্যাৱশ্যকীয় সেৱা ইত্যাদি) আৰু নিৰ্বাচনী কৰ্তব্যত থকা ভোটাৰসকলক অন্তৰ্ভূক্ত কৰা হৈছেআইনী ব্যৱস্থা অনুসৰি প্ৰাপ্ত এনে ডাক বেলটৰ দৈনিক হিচাপৰ তথ্য সকলো প্ৰাৰ্থীকে প্ৰদান কৰা হয়।

 

৩. তদুপৰি, সংবাদ মাধ্যমৰ ব্যক্তিসহ বিভিন্ন অংশীদাৰসকলৰ সুবিধাৰ বাবে সাধাৰণ নিৰ্বাচন ২০১৯-ৰ  ৰাজ্য আৰু সংসদীয় সমষ্টি অনুসৰি সামগ্ৰিক ভোটদানৰ তথ্যও ক্ৰমে তালিকা ৫ আৰু -ত উল্লেখ কৰা হৈছে।

পৰ্যায়-১

তালিকা ১: ৰাজ্য ভিত্তিক তথা কেন্দ্ৰসমূহত লিংগ ভিত্তিক ভোটদানৰ হাৰ

ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল

সংসদীয় সমষ্টিৰ সংখ্যা

ভোটদানৰ হাৰ (%)

Maleপুৰুষ

মহিলা

অন্যান্য

মুঠ

1

আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জ

1

64.41

63.77

50.00

64.10

2

অৰুণাচল প্ৰদেশ

2

75.62

79.67

40.00

77.68

3

অসম

5

77.69

78.81

20.33

78.25

4

বিহাৰ

4

49.59

48.90

3.92

49.26

5

চত্তিশগড়

1

68.97

67.68

40.38

68.29

6

জম্মু আৰু কাশ্মীৰ

1

67.41

69.21

38.46

68.27

7

লাক্ষাদ্বীপ

1

82.88

85.47

 

84.16

8

মধ্য প্ৰদেশ

6

68.58

66.91

39.04

67.75

9

মহাৰাষ্ট্ৰ

5

65.77

61.60

16.14

63.71

10

মণিপুৰ

2

75.15

76.98

47.15

76.10

11

মেঘালয়

2

74.35

78.80

100.00

76.60

12

মিজোৰাম

1

58.15

55.67

 

56.87

13

নাগালেণ্ড

1

57.55

57.90

 

57.72

14

পুডুচেৰী

1

78.64

79.13

69.54

78.90

15

ৰাজস্থান

12

58.53

56.67

53.95

57.65

16

ছিক্কিম

1

79.93

79.84

66.67

79.88

17

তামিল নাডু

39

69.59

69.86

32.08

69.72

18

ত্ৰিপুৰা

1

81.79

81.16

62.50

81.48

19

উত্তৰ প্ৰদেশ

8

62.52

59.53

12.42

61.11

20

উত্তৰাখণ্ড

5

55.96

58.58

29.49

57.22

21

পশ্চিম বংগ

3

81.25

82.59

42.59

81.91

উপৰোক্ত ২১ ৰাজ্য
[১০২টা সংসদীয় সমষ্টি]

১০২

৬৬.২২

৬৬.০৭

৩১.৩২

৬৬.১৪

 

পৰ্যায়

তালিকা ২: সংসদীয় সমষ্টি ভিত্তিক তথা কেন্দ্ৰসমূহত লিংগ ভিত্তিক ভোটদানৰ হাৰ

Sl. No.

State/UT

PC

VOTER Turnout (%)

Male

Female

Others

Total

1

আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জ

আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জ

64.41

63.77

50.00

64.10

2

অৰুণাচল প্ৰদেশ

অৰুণাচল পূব

81.13

85.54

0.00

83.31

3

অৰুণাচল প্ৰদেশ

অৰুণাচল পশ্চিম

71.41

75.62

50.00

73.60

4

অসম

ডিব্ৰুগড়

76.96

76.55

22.86

76.75

5

অসম

যোৰহাট

79.79

79.98

40.00

79.89

6

অসম

কাজিৰঙা

78.29

80.38

18.18

79.33

7

অসম

লখিমপুৰ

75.65

77.18

11.76

76.42

8

অসম

শোণিতপুৰ

77.44

79.48

21.21

78.46

9

বিহাৰ

ঔৰংগাবাদ

51.22

49.41

5.88

50.35

10

বিহাৰ

গয়া

53.89

51.55

15.00

52.76

11

বিহাৰ

জামুই

50.11

52.50

1.96

51.25

12

বিহাৰ

নৱাদা

43.70

42.61

2.67

43.17

13

চত্তিশগড়

বাস্তাৰ

68.97

67.68

40.38

68.29

14

জম্মু আৰু কাশ্মীৰ

উধমপুৰ

67.41

69.21

38.46

68.27

15

লাক্ষাদ্বীপ

লাক্ষাদ্বীপ

82.88

85.47

 

84.16

16

মধ্য প্ৰদেশ

বালাঘাট

73.42

73.48

56.25

73.45

17

মধ্য প্ৰদেশ

চিন্দৱাৰা

81.23

78.40

80.00

79.83

18

মধ্য প্ৰদেশ

জব্বলপুৰ

63.32

58.60

26.32

61.00

19

মধ্য প্ৰদেশ

মান্দালা

73.65

72.03

53.85

72.84

20

মধ্য প্ৰদেশ

শ্বাহদলL

65.41

63.93

52.38

64.68

21

মধ্য প্ৰদেশ

সিধি

56.83

56.16

14.29

56.50

22

মহাৰাষ্ট্ৰ

ভণ্ডাৰা গোন্দিয়া

68.85

65.24

42.86

67.04

23

মহাৰাষ্ট্ৰ

চন্দ্ৰপুৰ

69.61

65.38

22.92

67.55

24

মহাৰাষ্ট্ৰ

গড়চিৰিতি-চিমোৰ

73.07

70.68

50.00

71.88

25

মহাৰাষ্ট্ৰ

নাগপুৰ

56.50

52.15

12.56

54.32

26

মহাৰাষ্ট্ৰ

ৰমটেক

63.79

58.13

11.54

61.01

27

মণিপুৰ

ইনাৰ মণিপুৰ

79.05

81.18

50.23

80.15

28

মণিপুৰ

আউটাৰ মণিপুৰ

68.25

69.38

27.27

68.83

29

মেঘালয়

শ্বিলং

70.94

76.50

100.00

73.78

30

মেঘালয়

তুৰা

79.96

82.81

100.00

81.37

31

মিজোৰাম

মিজোৰাম

58.15

55.67

 

56.87

32

নাগালেণ্ড

নাগালেণ্ড

57.55

57.90

 

57.72

33

পুডুচেৰী

পুডুচেৰী

78.64

79.13

69.54

78.90

34

ৰাজস্থান

অলৱাৰ

60.98

59.06

34.78

60.07

35

ৰাজস্থান

ভৰতপুৰ

54.20

51.21

47.62

52.80

36

ৰাজস্থান

বিকানেৰ

57.25

50.63

56.25

54.11

37

ৰাজস্থান

চুৰু

63.51

63.71

68.75

63.61

38

ৰাজস্থান

দৌচা

57.18

54.09

50.00

55.72

39

ৰাজস্থান

গংগানগৰ

67.85

65.22

66.15

66.59

40

ৰাজস্থান

জয়পুৰ

65.75

60.79

45.00

63.38

41

ৰাজস্থান

জয়পুৰ গ্ৰামিণ

57.81

55.47

87.50

56.70

42

ৰাজস্থান

ঝুনঝুনু

51.92

54.03

53.85

52.93

43

ৰাজস্থান

কাৰউলি-ঢোলপুৰ

51.25

47.66

43.75

49.59

44

ৰাজস্থান

নগৌৰ

57.42

57.02

58.33

57.23

45

ৰাজস্থান

ছিকাৰ

56.26

58.92

57.14

57.53

46

ছিক্কিম

ছিক্কিম

79.93

79.84

66.67

79.88

47

তামিল নাডু

আৰাকোনাম

75.46

72.99

32.73

74.19

48

তামিল নাডু

আৰানি

76.21

75.34

37.50

75.76

49

তামিল নাডু

চেন্নাই মধ্য

55.53

52.45

29.67

53.96

50

তামিল নাডু

চেন্নাই উত্তৰ

61.79

58.53

27.44

60.11

51

তামিল নাডু

চেন্নাই দক্ষিণ

55.16

53.22

20.47

54.17

52

তামিল নাডু

চিদাম্বৰম

73.90

78.81

31.40

76.37

53

তামিল নাডু

কয়ম্বাটুৰ

65.24

64.55

33.86

64.89

54

তামিল নাডু

কুদ্দালোৰ

71.68

73.45

43.26

72.57

55

তামিল নাডু

ধৰ্মপুৰী

80.92

81.48

50.28

81.20

56

তামিল নাডু

দিন্দিগুল

71.64

70.68

25.23

71.14

57

তামিল নাডু

এৰোড

71.40

69.84

47.28

70.59

58

তামিল নাডু

কাল্লাকুৰিচি

77.37

81.02

27.63

79.21

59

তামিল নাডু

কাঞ্চিপুৰম

74.05

69.44

27.39

71.68

60

তামিল নাডু

কন্যাকুমাৰী

62.86

68.02

29.37

65.44

61

তামিল নাডু

কৰুৰ

78.01

79.35

62.22

78.70

62

তামিল নাডু

কৃষ্ণগিৰি

72.11

70.90

25.90

71.50

63

তামিল নাডু

মাদুৰাই

62.54

61.57

27.27

62.04

64

তামিল নাডু

মায়িলাদুথুৰাই

69.15

70.99

29.17

70.09

65

তামিল নাডু

নাগাপত্তিনাম

70.52

73.31

30.49

71.94

66

তামিল নাডু

নামাক্কাল

78.17

78.26

48.73

78.21

67

তামিল নাডু

নীলগিৰি

72.31

69.69

39.78

70.95

68

তামিল নাডু

পেৰামবালুৰ

75.91

78.87

42.07

77.43

69

তামিল নাডু

পোল্লাচি

71.16

69.72

30.07

70.41

70

তামিল নাডু

ৰামনাথপুৰম

63.66

72.64

25.32

68.19

71

তামিল নাডু

ছালেম

79.16

77.17

47.30

78.16

72

তামিল নাডু

শিৱগংগা

60.13

68.24

15.87

64.26

73

তামিল নাডু

শ্ৰীপেৰেমবুদুৰ

61.85

58.69

12.59

60.25

74

তামিল নাডু

তেনকাছি

66.23

69.02

31.16

67.65

75

তামিল নাডু

থাঞ্জাভোৰ

66.30

70.13

28.13

68.27

76

তামিল নাডু

থেনি

69.19

70.49

26.94

69.84

77

তামিল নাডু

তুতুকুৰি

66.17

67.58

40.28

66.88

78

তামিল নাডু

তিৰুচিৰাপল্লী

67.64

67.39

41.42

67.51

79

তামিল নাডু

তিৰুনেলভেলি

63.53

64.64

37.75

64.10

80

তামিল নাডু

তিৰুপুৰ

71.73

69.56

37.25

70.62

81

তামিল নাডু

তিৰুভেল্লুৰ

70.67

66.59

23.64

68.59

82

তামিল নাডু

তিৰুভেন্নামলাই

74.05

74.42

32.23

74.24

83

তামিল নাডু

ভেলোৰ

74.14

72.96

47.89

73.53

84

তামিল নাডু

ভিলুপুৰম

76.46

76.58

45.00

76.52

85

তামিল নাডু

বিৰুধুনগৰ

70.04

70.40

27.32

70.22

86

ত্ৰিপুৰা

ত্ৰিপুৰা পশ্চিম

81.79

81.16

62.50

81.48

87

উত্তৰ প্ৰদেশ

বিজনোৰ

59.91

57.40

8.33

58.73

88

উত্তৰ প্ৰদেশ

কৈৰানা

63.93

60.78

14.58

62.46

89

উত্তৰ প্ৰদেশ

মোৰাদাবাদ

63.72

60.45

16.87

62.18

90

উত্তৰ প্ৰদেশ

মুজফৰনগৰ

61.10

56.88

13.29

59.13

91

উত্তৰ প্ৰদেশ

নাগিনা

60.03

61.56

8.33

60.75

92

উত্তৰ প্ৰদেশ

পিলিভিত

64.75

61.22

12.50

63.11

93

উত্তৰ প্ৰদেশ

ৰামপুৰ

58.07

53.36

10.63

55.85

94

উত্তৰ প্ৰদেশ

ছাহৰানপুৰ

67.86

64.22

14.46

66.14

95

উত্তৰাখণ্ড

আলমোৰা

44.54

53.12

40.00

48.74

96

উত্তৰাখণ্ড

গড়োৱাল

48.33

56.69

50.00

52.42

97

উত্তৰাখণ্ড

হৰিদ্বাৰ

64.46

62.51

27.67

63.53

98

উত্তৰাখণ্ড

নৈনিতাল-উধমসিং নগৰ

62.63

62.29

35.85

62.47

99

উত্তৰাখণ্ড

তেহৰী গড়ৱাল

52.37

55.26

22.58

53.76

100

পশ্চিম বংগ

আলিপুৰদুৱাৰ

78.71

80.81

37.10

79.76

101

পশ্চিম বংগ

কোচবিহাৰ

80.96

83.45

48.48

82.16

102

পশ্চিম বংগ

জলপাইগুৰি

83.92

83.40

53.85

83.66

মুঠ ১০২টা সংসদয় সমষ্টি

66.22

66.07

31.32

66.14

 

 

দ্বিতীয় পৰ্যায়

তালিকা 3: ভোটকেন্দ্ৰসমূহত ৰাজ্য-অনুসৰি আৰু লিংগ-অনুসৰি ভোটাৰৰ ভোটদান

ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

সংসদীয় সমষ্টিৰ সংখ্যা

ভোটদানৰ হাৰ (%)

পুৰুষ

মহিলা

অন্যান্য

মুঠ

1

অসম

5

81.16

81.18

16.47

81.17

2

বিহাৰ

5

56.41

62.73

1.96

59.45

3

চত্তিশগড়়

3

77.07

75.44

45.00

76.24

4

জম্মু আৰু কাশ্মীৰ

1

71.76

72.71

39.29

72.22

5

কৰ্ণাটক

14

69.48

69.65

21.75

69.56

6

কেৰালা

20

70.63

71.88

40.87

71.27

7

মধ্য প্ৰদেশ

6

61.54

55.37

46.45

58.59

8

মহাৰাষ্ট্ৰ

8

65.59

59.63

24.54

62.71

9

মণিপুৰ

1

85.31

84.40

0.00

84.85

10

ৰাজস্থান

13

65.71

64.30

52.16

65.03

11

ত্ৰিপুৰা

1

80.77

79.95

30.77

80.36

12

উত্তৰ প্ৰদেশ

8

56.71

53.43

13.02

55.19

13

পশ্চিম

3

75.22

77.99

33.81

76.58

উপৰোক্ত ১৩ ৰাজ্য
[৮৮ সংসদীয় সমষ্টি]

88

66.99

66.42

23.86

66.71

 

দ্বিতীয় পৰ্যায়

তালিকা ৪: ভোটকেন্দ্ৰসমূহত সংসদীয় সমষ্টি আৰু লিংগ-অনুসৰি ভোটদান

ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

সংসদীয় সমষ্টি

ভোদানৰ হাৰ (%)

পুৰুষ

মহিলা

অন্যান্য

মুঠ

1

অসম

দৰং-ওদালগুৰি

82.39

81.62

24.24

82.01

2

অসম

ডিফু

75.45

76.03

26.32

75.74

3

অসম

কৰিমগঞ্জ

80.58

80.38

0.00

80.48

4

অসম

নগাঁও

84.41

85.54

10.98

84.97

5

অসম

শিলচৰ

79.17

78.92

25.00

79.05

6

বিহাৰ

বাংকা

51.05

58.31

0.00

54.48

7

বিহাৰ

ভাগলপুৰ

53.11

53.93

3.67

53.50

8

বিহাৰ

কাটিহাৰ

58.87

69.07

0.00

63.76

9

বিহাৰ

কিষাণগঞ্জ

58.89

67.06

1.52

62.84

10

বিহাৰ

পুৰ্ণিয়া

60.44

65.89

1.37

63.08

11

চত্তিশগড়

কংকেৰ

76.84

75.64

55.56

76.23

12

চত্তিশগড়

মহাসমুন্দ

75.82

74.24

35.29

75.02

13

চত্তিশগড়

ৰাজনন্দগাঁও

78.44

76.41

62.50

77.42

14

জম্মু আৰু কাশ্মীৰ

জম্মু

71.76

72.71

39.29

72.22

15

কৰ্ণাটক

বাংগালোৰ মধ্য

53.31

54.87

18.20

54.06

16

কৰ্ণাটক

বাংগালোৰ উত্তৰ

53.52

55.45

18.54

54.45

17

কৰ্ণাটক

বাংগালোৰ গ্ৰামীণ

67.60

69.03

19.38

68.30

18

কৰ্ণাটক

বাংগালোৰ দক্ষিণ

52.24

54.17

12.50

53.17

19

কৰ্ণাটক

সামৰাজানগৰ

77.73

75.93

28.97

76.82

20

কৰ্ণাটক

চিক্কবল্লপুৰ

77.92

76.11

30.83

77.00

21

কৰ্ণাটক

চিত্ৰদুৰ্গা

74.39

72.22

37.50

73.30

22

কৰ্ণাটক

দক্ষিণা কান্নাড়া

76.90

78.19

24.68

77.56

23

কৰ্ণাটক

হাছান

77.97

77.39

23.26

77.68

24

কৰ্ণাটকa

কোলাৰ

79.75

76.84

32.23

78.27

25

কৰ্ণাটক

মান্দিয়া

82.24

81.12

26.19

81.67

26

কৰ্ণাটক

মহিশূৰ

71.38

69.90

20.65

70.62

27

কৰ্ণাটক

টুমকুৰ

79.35

76.80

25.68

78.05

28

কৰ্ণাটক

উদুপি চিকমাগুল্লুৰ

77.40

76.91

18.92

77.15

29

কেৰালা

আলাপ্পুঝা

75.50

74.63

22.22

75.05

30

কেৰালা

আলাথুৰ

73.44

73.40

41.67

73.42

31

কেৰালা

অত্তিংগল

68.73

70.14

37.14

69.48

32

কেৰালা

চালাকুডী

72.57

71.35

38.10

71.94

33

কেৰালা

আৰ্নাকুলাম

70.34

66.36

26.67

68.29

34

কেৰালা

ইড়ুক্কি

69.19

63.98

66.67

66.55

35

কেৰালা

কন্নুৰ

75.07

79.15

50.00

77.21

36

কেৰালা

কাছাৰগোড়

73.20

78.70

35.71

76.04

37

কেৰালা

কল্লাম

67.15

69.05

36.84

68.15

38

কেৰালা

কোট্টায়াম

68.85

62.56

40.00

65.61

39

কেৰালা

কোঝিকোড়েe

74.64

76.35

46.15

75.52

40

কেৰালা

মালাপ্পুৰম

69.62

76.33

33.33

72.95

41

কেৰালা

মাৱেলিক্কাৰা

66.19

65.73

33.33

65.95

42

কেৰালা

পালাক্কাড়

72.63

74.46

69.23

73.57

43

কেৰালা

পথানমথিট্টা

64.82

62.05

66.67

63.37

44

কেৰালা

পোন্নানি

64.14

74.46

55.56

69.34

45

কেৰালা

তিৰুৱনন্তপুৰম

67.78

65.25

49.15

66.47

46

কেৰালা

তিছুৰ

71.87

73.84

30.00

72.90

47

কেৰালা

ৱাড়াকাৰা

74.47

82.05

18.18

78.41

48

কেৰালা

ৱেয়েনাড়

72.24

74.87

20.00

73.57

49

মধ্য প্ৰদেশ

ডামোহ

60.97

51.55

35.29

56.48

50

মধ্য প্ৰদেশ

হোছাংগাবাদ

71.73

62.39

56.60

67.21

51

মধ্য প্ৰদেশ

খাজোৰাহো

59.68

53.97

38.24

56.97

52

মধ্য প্ৰদেশ

ৰেৱা

50.71

48.02

64.29

49.43

53

মধ্য প্ৰদেশ

ছাটনা

63.22

60.53

50.00

61.94

54

মধ্য প্ৰদেশ

তিকমগড়

63.33

56.34

35.48

60.00

55

মহাৰাষ্ট্ৰ

ৱৰ্ধা

68.35

61.21

64.29

64.85

56

মহাৰাষ্ট্ৰ

আকোলা

64.87

58.50

24.44

61.79

57

মহাৰাষ্ট্ৰ

অমৰাৱতি

66.93

60.24

23.53

63.67

58

মহাৰাষ্ট্ৰ

বুলধানা

64.67

59.12

41.67

62.03

59

মহাৰাষ্ট্ৰ

হিংগোলি

66.37

60.46

36.00

63.54

60

মহাৰাষ্ট্ৰ

নানদেড

63.50

58.23

14.08

60.94

61

মহাৰাষ্ট্ৰ

পৰভানি

65.01

59.29

12.12

62.26

62

মহাৰাষ্ট্ৰ

যুৱত্মল-ৱাছিম

65.41

60.15

35.94

62.87

63

মণিপুৰ

আউটাৰ মণিপুৰ

85.31

84.40

0.00

84.85

64

ৰাজস্থান

আজমেৰ

61.17

58.08

59.26

59.65

65

ৰাজস্থান

বনছৱাৰা

72.05

75.75

40.91

73.88

66

ৰাজস্থান

বাৰমেৰ

76.54

75.24

22.22

75.93

67

ৰাজস্থান

ভিলৱাৰা

60.83

59.90

55.56

60.37

68

ৰাজস্থান

চিত্তোৰগড়

70.33

66.86

59.26

68.61

69

ৰাজস্থান

জলোৰে

62.48

63.35

28.57

62.89

70

ৰাজস্থান

ঝালাৱাৰ-বৰণ

72.95

66.29

61.54

69.71

71

ৰাজস্থান

যোধপুৰ

66.03

62.33

65.96

64.27

72

ৰাজস্থান

কোটা

73.47

68.92

57.89

71.26

73

ৰাজস্থান

পলি

57.13

57.25

47.37

57.19

74

ৰাজস্থান

ৰাজছামন্দ

57.63

59.18

48.00

58.39

75

ৰাজস্থান

টংক-ছাৱাই মাধোপুৰ

58.73

54.22

50.00

56.58

76

ৰাজস্থান

উদয়পুৰ

65.36

68.01

31.58

66.66

77

ত্ৰিপুৰা

ত্ৰিপুৰা পূব

80.77

79.95

30.77

80.36

78

উত্তৰ প্ৰদেশ

আলিগড়

58.47

55.18

27.68

56.93

79

উত্তৰ প্ৰদেশ

আমৰোহা

65.18

63.90

5.45

64.58

80

উত্তৰ প্ৰদেশ

বাঘপত্

58.69

53.16

10.81

56.16

81

উত্তৰ প্ৰদেশ

বুলন্দচহৰ

56.89

55.91

22.45

56.42

82

উত্তৰ প্ৰদেশ

গৌতম বুদ্ধনগৰ

55.09

51.90

9.24

53.63

83

উত্তৰ প্ৰদেশ

গাজিয়াবাদ

50.93

48.60

9.04

49.88

84

উত্তৰ প্ৰদেশ

মথুৰা

52.30

46.09

7.69

49.41

85

উত্তৰ প্ৰদেশ

মিৰাট

61.10

56.44

12.86

58.94

86

পশ্চিম বংগ

বালুৰঘাট

77.26

81.01

28.40

79.09

87

পশ্চিম বংগ

দাৰ্জিলিং

75.55

73.97

29.27

74.76

88

পশ্চিম বংগ

ৰাইগঞ্জ

73.15

79.42

40.91

76.18

মঠ ৮৮ সংসদীয় সমষ্টি

66.99

66.42

23.86

66.71

 

 

 

 

 

তালিকা ৫:

লোকসভাৰ সাধাৰণ নিৰ্বাচন ২০১৯

ৰাজ্যঅনুসৰি ভোটাৰৰ ভোটদান

 

 

ক্ৰমিক নং

ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চল

সংসদীয় সমষ্টিৰ সংখ্যা

ভোটদানৰ মুঠ হাৰ

1

আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জ

1

65.12

2

অন্ধ্ৰ প্ৰদেশ

25

80.38

3

অৰুণাচল প্ৰদেশ

2

82.11

4

অসম

14

81.60

5

বিহাৰ

40

57.33

6

চণ্ডীগড়

1

70.61

7

চত্তিশগড়

11

71.64

8

দাদ্ৰা আৰু নগৰ হাভেলী

1

79.58

9

দমন আৰু ডিউ

1

71.85

10

গোৱা

2

75.14

11

গুজৰাট

26

64.51

12

হাৰিয়ানা

10

70.34

13

হিমাচল প্ৰদেশ

4

72.42

14

জম্মু আৰু কাশ্মীৰ

6

44.97

15

ঝাৰখণ্ড

14

66.80

16

কৰ্ণাটক

28

68.81

17

কেৰালা

20

77.84

18

লাক্ষাদ্বীপ

1

85.21

19

মধ্য প্ৰদেশ

29

71.20

20

মহাৰাষ্ট্ৰ

48

61.02

21

মণিপুৰ

2

82.69

22

মেঘালয়

2

71.43

23

মিজোৰাম

1

63.14

24

নাগালেণ্ড

1

83.00

25

দিল্লী ৰাজধানী পৰিসৰ

7

60.60

26

ওড়িশা

21

73.29

27

পুডুচেৰী

1

81.25

28

পাঞ্জাৱ

13

65.94

29

ৰজস্থান

25

66.34

30

ছিক্কিম

1

81.41

31

তামিল নাডু

39

72.44

32

তেলেংগাণা

17

62.77

33

ত্ৰিপুৰা

2

82.40

34

উত্তৰ প্ৰদেশ

80

59.21

35

উত্তৰাখণ্ড

5

61.88

36

পশ্চিম বংগ

42

81.76

 

সমগ্ৰ ভাৰত

543

67.40

 

তালিকা ৬

লোকসভাৰ সাধাৰণ নিৰ্বাচন ২০১৯

সংসদীয় সমষ্টি -অনুসৰি ভোটাৰৰ ভোটদান

 

 

ক্ৰমিক নং

ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চল

সংসদীয় সমষ্টিৰ নাম

ভোটদানৰ মুঠ হাৰ

1

আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জ

আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জ

65.12

2

অন্ধ্ৰ প্ৰদেশ

আমলাপুৰম

84.64

3

অন্ধ্ৰ প্ৰদেশ

আনাকাপল্লী

81.54

4

অন্ধ্ৰ প্ৰদেশ

অনন্তপুৰ

81.01

5

অন্ধ্ৰ প্ৰদেশ

অৰুকু

74.29

6

অন্ধ্ৰ প্ৰদেশ

বাপাত্লা

86.47

7

অন্ধ্ৰ প্ৰদেশ

চিট্টোৰ

84.24

8

অন্ধ্ৰ প্ৰদেশ

ইলুৰু

83.53

9

অন্ধ্ৰ প্ৰদেশ

গুণ্টুৰ

79.22

10

অন্ধ্ৰ প্ৰদেশ

হিন্দুপুৰ

84.91

11

অন্ধ্ৰ প্ৰদেশ

কাড়াপা

78.68

12

অন্ধ্ৰ প্ৰদেশ

কাকিনাৰাড়া

79.08

13

অন্ধ্ৰ প্ৰদেশ

কুৰ্নুল

75.69

14

অন্ধ্ৰ প্ৰদেশ

মচলিপট্টনম

84.54

15

অন্ধ্ৰ প্ৰদেশ

নান্দিয়াল

81.07

16

অন্ধ্ৰ প্ৰদেশ

নৰছাৰাওপেট

86.25

17

অন্ধ্ৰ প্ৰদেশ

নৰছাপুৰম

81.90

18

অন্ধ্ৰ প্ৰদেশ

নেল্লোৰ

77.06

19

অন্ধ্ৰ প্ৰদেশ

অংগোলে

86.35

20

অন্ধ্ৰ প্ৰদেশ

ৰাঝামুন্দ্ৰী

81.50

21

অন্ধ্ৰ প্ৰদেশ

ৰাজামপেট

79.26

22

অন্ধ্ৰ প্ৰদেশ

শ্ৰীকাকুলাম

74.93

23

অন্ধ্ৰ প্ৰদেশ

তিৰুপতি

79.76

24

অন্ধ্ৰ প্ৰদেশ

বিজয়ৱাড়া

77.30

25

অন্ধ্ৰ প্ৰদেশ

বিশাখাপট্টনম

67.78

26

অন্ধ্ৰ প্ৰদেশ

বিজিয়ানগৰম

81.28

27

অৰুণাচল প্ৰদেশ

অৰুণাচল পূব

87.03

28

অৰুণাচল প্ৰদেশ

অৰুণাচল পশ্চিম

78.50

29

অসম

স্বায়ত্তশাসিত জিলা

77.63

30

অসম

বৰপেটা

86.57

31

অসম

ধুবুৰি

90.66

32

অসম

ডিব্ৰুগড়

77.30

33

অসম

গুৱাহাটি

80.87

34

অসম

যোৰহাট

77.57

35

অসম

কলিয়াবৰ

82.12

36

অসম

কৰিমগঞ্জ

79.18

37

অসম

কোকৰাঝাৰ

83.30

38

অসম

লখিমপুৰ

75.17

39

অসম

মঙলদৈ

83.68

40

অসম

নগাঁও

83.23

41

অসম

শিলচৰ

79.51

42

অসম

তেজপুৰ

79.48

43

বিহাৰ

আৰাৰিয়া

64.79

44

বিহাৰ

আৰা

51.81

45

বিহাৰ

ঔৰংগাবাদ

53.67

46

বিহাৰ

বাংকা

58.60

47

বিহাৰ

বেগুসৰাই

62.63

48

বিহাৰ

ভাগলপুৰ

57.20

49

বিহাৰ

বক্সৰ

53.95

50

বিহাৰ

দাৰভাংগা

58.35

51

বিহাৰ

গয়া (অনুসূচিত জাতি)

56.18

52

বিহাৰ

গোপালগঞ্জ (অনুসূচিত জাতি)

55.78

53

বিহাৰ

হাজিপুৰ (অনুসূচিত জাতি)

55.26

54

বিহাৰ

জাহানাবাদ

51.76

55

বিহাৰ

জমুই (অনুসূচিত জাতি)

55.25

56

বিহাৰ

ঝঞ্জৰপুৰ

57.35

57

বিহাৰ

কৰাকট

49.09

58

বিহাৰ

কাটিহাৰ

67.64

59

বিহাৰ

খগৰিয়া

57.71

60

Bihar

কিষাণগঞ্জ

66.38

61

বিহাৰ

মধেপুৰা

60.89

62

বিহাৰ

মধুবনি

53.81

63

বিহাৰ

মহাৰাজগঞ্জ

53.82

64

বিহাৰ

মুংগেৰ

54.90

65

বিহাৰ

মুজফ্ফৰপুৰ

61.17

66

বিহাৰ

নালন্দা

48.79

67

বিহাৰ

নৱাদা

49.73

68

বিহাৰ

পশ্চিম চাম্পাৰণ

62.02

69

বিহাৰ

পাটলিপুত্ৰ

56.03

70

বিহাৰ

পাটনা সাহিব

45.80

71

বিহাৰ

পুৰ্ণিয়া

65.37

72

বিহাৰ

পূৰ্বি চাম্পাৰণ

60.30

73

বিহাৰ

সমষ্টিপুৰ (অনুসূচিত জাতি)

60.74

74

বিহাৰ

ছাৰণ

56.60

75

বিহাৰ

চাচাৰাম (অনুসূচিত জাতি)

54.57

76

বিহাৰ

শেওহাৰ

59.60

77

বিহাৰ

সীতামৰ্হি

59.32

78

বিহাৰ

সিৱান

54.73

79

বিহাৰ

সুপৌল

65.72

80

বিহাৰ

উজিয়াৰপুৰ

60.15

81

বিহাৰ

বৈশালী

61.91

82

বিহাৰ

বল্মীকি নগৰ

61.98

83

চণ্ডিগড়

চণ্ডিগড়

70.61

84

চত্তিশগড়

বাস্তাৰ

66.26

85

চত্তিশগড়

বিলাসপুৰ

64.48

86

চত্তিশগড়

দুৰ্গ

71.78

87

চত্তিশগড়

জাঞ্জগিৰ-চম্পা

65.81

88

চত্তিশগড়

কংকেৰ

74.42

89

চত্তিশগড়

কৰ্বা

75.38

90

চত্তিশগড়

মহাসমুন্দ

74.65

91

চত্তিশগড়

ৰাইগড়

77.91

92

চত্তিশগড়

ৰাইপুৰ

66.16

93

চত্তিশগড়

ৰাজনন্দগাঁও

76.20

94

চত্তিশগড়

সৰগুজা

77.40

95

দাদ্ৰা আৰু নগৰ হাভেলী

দাদ্ৰা আৰু নগৰ হাভেলী

79.58

96

দমন আৰু ডিউ

দমন আৰু ডিউ

71.85

97

গোৱা

উত্তৰ গোৱা

77.05

98

গোৱা

দক্ষিণ গোৱা

73.31

99

গুজৰাট

আহমেদাবাদ পূব

61.76

100

গুজৰাট

আহমেদাবাদ পশ্চিম

60.81

101

গুজৰাট

অমৰেলি

55.97

102

গুজৰাট

আনন্দ

67.04

103

গুজৰাট

বনছকাণ্ঠা

65.03

104

গুজৰাট

বৰদলি

73.89

105

গুজৰাট

ভাৰুচ

73.55

106

গুজৰাট

ভাৱনগৰ

59.05

107

গুজৰাট

চোটা উদয়পুৰ

73.90

108

গুজৰাট

ডাহোড়

66.57

109

গুজৰাট

গান্ধীনগৰ

66.08

110

গুজৰাট

জামনগৰ

61.03

111

গুজৰাট

জুনাগড়

61.31

112

গুজৰাট

কচ্চ

58.71

113

গুজৰাট

খেড়া

61.04

114

গুজৰাট

মহেশনা

65.78

115

গুজৰাট

নৱছাৰি

66.40

116

গুজৰাট

পাঁচমহল

62.23

117

গুজৰাট

পটন

62.45

118

গুজৰাট

পোৰবন্দৰ

57.21

119

গুজৰাট

ৰাজকোট

63.49

120

গুজৰাট

সৰ্বকণ্ঠা

67.77

121

গুজৰাট

চুৰাট

64.58

122

গুজৰাট

সুৰেন্দ্ৰনগৰ

58.41

123

গুজৰাট

বদোডৰা

68.18

124

গুজৰাট

বালছাড়

75.48

125

হাৰিয়াণা

আম্বালা

71.10

126

হাৰিয়াণা

ভিৱানি-মহেন্দ্ৰগড়

70.48

127

হাৰিয়াণা

ফৰিদাবাদ

64.10

128

হাৰিয়াণা

গুৰগাঁও

67.33

129

হাৰিয়াণা

হিছাৰ

72.43

130

হাৰিয়াণা

কৰ্ণাল

68.35

131

হাৰিয়াণা

কুৰুক্ষেত্ৰ

74.29

132

হাৰিয়াণা

ৰোহটক

70.52

133

হাৰিয়াণা

ছিৰ্ছা

75.99

134

হাৰিয়াণা

সোণিপট

71.02

135

হিমাচল প্ৰদেশ

হামিৰপুৰ

72.83

136

হিমাচল প্ৰদেশ

কাংৰা

70.73

137

হিমাচল প্ৰদেশ

মণ্ডি

73.60

138

হিমাচল প্ৰদেশ

ছিমলা

72.68

139

জম্মু আৰু কাশ্মীৰ

অনন্তনাগ

8.98

140

জম্মু আৰু কাশ্মীৰ

বাৰামূলা

34.60

141

জম্মু আৰু কাশ্মীৰ

জম্মু

72.50

142

জম্মু আৰু কাশ্মীৰ

লাডাখ

71.05

143

জম্মু আৰু কাশ্মীৰ

শ্ৰীনগৰ

14.43

144

জম্মু আৰু কাশ্মীৰ

উধমপুৰ

70.15

145

ঝাৰখণ্ড

চাত্ৰা

64.97

146

ঝাৰখণ্ড

ধানবাদ

60.47

147

ঝাৰখণ্ড

ডুমকা

73.43

148

ঝাৰখণ্ড

গিৰিধ

67.12

149

ঝাৰখণ্ড

গোদ্দা

69.57

150

ঝাৰখণ্ড

হাজাৰিবাগ

64.85

151

ঝাৰখণ্ড

জামছেদপুৰ

67.19

152

ঝাৰখণ্ড

খুণ্টি

69.25

153

ঝাৰখণ্ড

কোদাৰ্মা

66.68

154

ঝাৰখণ্ড

লোহাৰদাগা

66.30

155

ঝাৰখণ্ড

পালামৌ

64.34

156

ঝাৰখণ্ড

ৰাজমহল

72.05

157

ঝাৰখণ্ড

ৰাঁচি

64.49

158

ঝাৰখণ্ড

সিংভূম

69.26

159

কৰ্ণাটক

বগলকোট

70.70

160

কৰ্ণাটক

বাংগালোৰ মধ্য

54.32

161

কৰ্ণাটক

বাংগালোৰ  উত্তৰ

54.76

162

কৰ্ণাটক

বাংগালোৰ  গ্ৰামীণ

64.98

163

কৰ্ণাটক

বাংগালোৰ  দক্ষিণ

53.70

164

কৰ্ণাটক

বেলগাম

67.84

165

কৰ্ণাটক

বেল্লাৰি

69.76

166

কৰ্ণাটক

বিদৰ

63.00

167

কৰ্ণাটক

বীজাপুৰ

61.89

168

কৰ্ণাটক

চামৰাজনগৰ

75.35

169

কৰ্ণাটক

চিক্কবল্লপুৰ

76.74

170

কৰ্ণাটক

চিক্কোড়ি

75.62

171

কৰ্ণাটক

চিত্ৰদুৰ্গা

70.80

172

কৰ্ণাটক

দক্ষিণা কান্নড়া

77.99

173

কৰ্ণাটক

দেৱনাগেৰি

73.19

174

কৰ্ণাটক

ধৰৱাড়

70.29

175

কৰ্ণাটক

গুলবাৰ্গা

61.18

176

কৰ্ণাটক

হাছান

77.35

177

কৰ্ণাটক

হাৱেৰি

74.21

178

কৰ্ণাটক

কোলাৰ

77.25

179

কৰ্ণাটক

কোপ্পল

68.56

180

কৰ্ণাটক

মান্দিয়া

80.59

181

কৰ্ণাটক

মহিশূৰ

69.51

182

কৰ্ণাটক

ৰাইচূৰ

58.34

183

কৰ্ণাটক

শিমোগা

76.58

184

কৰ্ণাটক

তুমকুৰ

77.43

185

কৰ্ণাটক

উড়ুপি চিকমাগলুৰ

76.07

186

কৰ্ণাটক

উত্তৰ কান্নাড়া

74.16

187

কেৰালা

আলাপ্পুঝা

80.35

188

কেৰালা

আলাথুৰ

80.47

189

কেৰালা

অত্তিংগল

74.48

190

কেৰালা

চালাকুড়ী

80.51

191

কেৰালা

এৰ্নাকুলাম

77.64

192

কেৰালা

ইড়ুক্কি

76.36

193

কেৰালা

কন্নুৰ

83.28

194

কেৰালা

কাছাৰাগোড়

80.66

195

কেৰালা

কোল্লাম

74.73

196

কেৰালা

কোট্টায়ম

75.47

197

কেৰালা

কোঝিকোড়ে

81.70

198

কেৰালা

মালাপুৰম

75.50

199

কেৰালা

মৱেলিক্কাৰা

74.33

200

কেৰালা

পালাক্কাড়

77.77

201

কেৰালা

পথানামথিট্টা

74.30

202

কেৰালা

পোন্নানি

74.98

203

কেৰালা

তিৰুৱনন্তপুৰম

73.74

204

কেৰালা

তিছুৰ

77.94

205

কেৰালা

ৱাড়াকাৰা

82.70

206

কেৰালা

ৱেইনাড়

80.37

207

লাক্ষাদ্বীপ

লাক্ষাদ্বীপ

85.21

208

মধ্য প্ৰদেশ

বালাঘাট

77.66

209

মধ্য প্ৰদেশ

বেটুল

78.18

210

মধ্য প্ৰদেশ

ভিন্দ

54.53

211

মধ্য প্ৰদেশ

ভূপাল

65.74

212

মধ্য প্ৰদেশ

চিন্দৱাৰা

82.42

213

মধ্য প্ৰদেশ

ডামোহ

65.83

214

মধ্য প্ৰদেশ

দেৱাছ

79.51

215

মধ্য প্ৰদেশ

ধৰ

75.26

216

মধ্য প্ৰদেশ

গুণা

70.34

217

মধ্য প্ৰদেশ

গোৱালিয়ৰ

59.82

218

মধ্য প্ৰদেশ

হোছাংগাবাদ

74.22

219

মধ্য প্ৰদেশ

ইন্দোৰ

69.33

220

মধ্য প্ৰদেশ

জব্বলপুৰ

69.46

221

মধ্য প্ৰদেশ

খাজুৰাহো

68.31

222

মধ্য প্ৰদেশ

খণ্ডোৱা

76.90

223

মধ্য প্ৰদেশ

খৰগোনে

77.85

224

মধ্য প্ৰদেশ

মণ্ডোলা

77.79

225

মধ্য প্ৰদেশ

মান্দছোৰ

77.89

226

মধ্য প্ৰদেশ

মৰেণা

61.96

227

মধ্য প্ৰদেশ

ৰাজগড়

74.42

228

মধ্য প্ৰদেশ

ৰতলাম

75.70

229

মধ্য প্ৰদেশ

ৰেৱা

60.41

230

মধ্য প্ৰদেশ

সাগৰ

65.54

231

মধ্য প্ৰদেশ

সাতনা

70.71

232

মধ্য প্ৰদেশ

শ্বাহদল

74.77

233

মধ্য প্ৰদেশ

সিধি

69.50

234

মধ্য প্ৰদেশ

তিকমগড়

66.62

235

মধ্য প্ৰদেশ

উজৈয়িনী

75.43

236

মধ্য প্ৰদেশ

বিদিশা

71.83

237

মহাৰাষ্ট্ৰ

আহমদনগৰ

64.79

238

মহাৰাষ্ট্ৰ

আকোলা

60.06

239

মহাৰাষ্ট্ৰ

অমৰাৱতি

60.76

240

মহাৰাষ্ট্ৰ

ঔৰংগাবাদ

63.55

241

মহাৰাষ্ট্ৰ

বাৰামতি

61.82

242

মহাৰাষ্ট্ৰ

বীড

66.17

243

মহাৰাষ্ট্ৰ

ভাণ্ডাৰা-গোন্দিয়া

68.81

244

মহাৰাষ্ট্ৰ

ভিৱান্দি

53.20

245

মহাৰাষ্ট্ৰ

বুলধানা

63.60

246

মহাৰাষ্ট্ৰ

চন্দ্ৰপুৰ

64.89

247

মহাৰাষ্ট্ৰ

ধুলে

57.05

248

মহাৰাষ্ট্ৰ

ডিন্দোৰি

65.71

249

মহাৰাষ্ট্ৰ

গাড়চিৰলি-চিমুৰ

72.33

250

মহাৰাষ্ট্ৰ

হাতকানাংগ্লে

70.60

251

মহাৰাষ্ট্ৰ

হিংগোলি

66.84

252

মহাৰাষ্ট্ৰ

জলগাঁও

56.55

253

মহাৰাষ্ট্ৰ

জলনা

64.75

254

মহাৰাষ্ট্ৰ

কল্যাণ

45.31

255

মহাৰাষ্ট্ৰ

কোলহাপুৰ

70.86

256

মহাৰাষ্ট্ৰ

লাটুৰ

62.44

257

মহাৰাষ্ট্ৰ

মধা

63.77

258

মহাৰাষ্ট্ৰ

মাৱল

59.59

259

মহাৰাষ্ট্ৰ

মুম্বাই দক্ষিণ

51.59

260

মহাৰাষ্ট্ৰ

মুম্বাই  উত্তৰ

60.09

261

মহাৰাষ্ট্ৰ

মুম্বাই  উত্তৰ মধ্য

53.68

262

মহাৰাষ্ট্ৰ

মুম্বাই  উত্তৰ পূব

57.23

263

মহাৰাষ্ট্ৰ

মুম্বাই  উত্তৰ পশ্চিম

54.37

264

মহাৰাষ্ট্ৰ

মুম্বাই  দক্ষিণ মধ্য

55.40

265

মহাৰাষ্ট্ৰ

নাগপুৰ

54.94

266

মহাৰাষ্ট্ৰ

নান্দেড়

65.69

267

মহাৰাষ্ট্ৰ

নন্দুবাৰ

68.65

268

মহাৰাষ্ট্ৰ

নাছিক

59.53

269

মহাৰাষ্ট্ৰ

ওচমানাবাদ

63.76

270

মহাৰাষ্ট্ৰ

পালঘৰ

63.76

271

মহাৰাষ্ট্ৰ

পাৰভনি

63.12

272

মহাৰাষ্ট্ৰ

পুনে

49.89

273

মহাৰাষ্ট্ৰ

ৰাইগড়

62.17

274

মহাৰাষ্ট্ৰ

ৰমটেক

62.30

275

মহাৰাষ্ট্ৰ

ৰত্নগিৰি-সিন্ধুদুৰ্গ

61.99

276

মহাৰাষ্ট্ৰ

ৰাৱেৰ

61.77

277

মহাৰাষ্ট্ৰ

সাংলি

65.92

278

মহাৰাষ্ট্ৰ

ছাটাৰা

60.47

279

মহাৰাষ্ট্ৰ

শিৰদি

64.93

280

মহাৰাষ্ট্ৰ

শিৰুৰ

59.44

281

মহাৰাষ্ট্ৰ

ছোলাপুৰ

58.67

282

মহাৰাষ্ট্ৰ

থানে

49.39

283

মহাৰাষ্ট্ৰ

ৱৰ্ধা

61.53

284

মহাৰাষ্ট্ৰ

যাৱতমল-ৱাছিম

61.31

285

মণিপুৰ

ইনাৰ মণিপুৰ

81.12

286

মণিপুৰ

আউটাৰ মণিপুৰ

84.14

287

মেঘালয়

শ্বিলং

65.48

288

মেঘালয়

তুৰা

81.38

289

মিজোৰাম

মিজোৰাম

63.14

290

নাগালেণ্ড

নাগালেণ্ড

83.00

291

দিল্লী ৰাজধানী পৰিসৰ

চান্দনী চক

62.78

292

দিল্লী ৰাজধানী পৰিসৰ

পূব দিল্লী

61.70

293

দিল্লী ৰাজধানী পৰিসৰ

নতুন দিল্লী

56.91

294

দিল্লী ৰাজধানী পৰিসৰ

উত্তৰ পূব দিল্লী

63.86

295

দিল্লী ৰাজধানী পৰিসৰ

উত্তৰ পশ্চিম দিল্লী

58.97

296

দিল্লী ৰাজধানী পৰিসৰ

দক্ষিণ দিল্লী

58.75

297

দিল্লী ৰাজধানী পৰিসৰ

পশ্চিম দিল্লী

60.82

298

ওড়িশা

আস্কা

65.79

299

ওড়িশা

বালাছোৰ

75.69

300

ওড়িশা

বৰগড়

78.37

301

ওড়িশা

বেৰ্হমপুৰ

65.90

302

ওড়িশা

ভদ্ৰক

73.90

303

ওড়িশা

ভূৱনেশ্বৰ

59.17

304

ওড়িশা

বোলাংগিৰ

74.91

305

ওড়িশা

কটক

69.81

306

ওড়িশা

ধেনকানল

75.33

307

ওড়িশা

জগতসিংপুৰ

74.83

308

ওড়িশা

জয়পুৰ

74.10

309

ওড়িশা

কালাহান্দি

76.41

310

ওড়িশা

কন্ধমল

73.10

311

ওড়িশা

কেন্দ্ৰপাৰা

72.39

312

ওড়িশা

কেওনঝাৰ

77.57

313

ওড়িশা

কোৰাপুত

75.34

314

ওড়িশা

ময়ুৰভঞ্জ

77.13

315

ওড়িশা

নবৰংগপুৰ

79.52

316

ওড়িশা

পুৰী

72.72

317

ওড়িশা

সম্বলপুৰ

76.72

318

ওড়িশা

সুন্দৰগড়

71.89

319

পুডুচেৰী

পুডুচেৰী

81.25

320

পাঞ্জাৱ

অমৃতসৰ

57.07

321

পাঞ্জাৱ

আনন্দপুৰ চাহিব

63.69

322

পাঞ্জাৱ

বাথিন্দা

74.16

323

পাঞ্জাৱ

ফৰিদকোট

63.25

324

পাঞ্জাৱ

ফটেহগড় চাহিব

65.69

325

পাঞ্জাৱ

ফিৰোজপুৰ

72.47

326

পাঞ্জাৱ

গুৰদাসপুৰ

69.24

327

পাঞ্জাৱ

হোচিয়াৰপুৰ

62.08

328

পাঞ্জাৱ

জলন্ধৰ

63.04

329

পাঞ্জাৱ

খাদূৰ চাহিব

63.96

330

পাঞ্জাৱ

লুধিয়ানা

62.20

331

পাঞ্জাৱ

পাটিয়ালা

67.77

332

পাঞ্জাৱ

সংৰুৰ

72.40

333

ৰাজস্থান

আজমেৰ

67.32

334

ৰাজস্থান

আলৱাৰ

67.17

335

ৰাজস্থান

বনছৱাৰা

72.90

336

ৰাজস্থান

বাৰমেৰ

73.30

337

ৰাজস্থান

ভৰতপুৰ

59.11

338

ৰাজস্থান

ভিলৱাৰা

65.64

339

ৰাজস্থান

বিকানেৰ (অনুসূচিত জাতি)

59.43

340

ৰাজস্থান

চিত্তোৰগড়

72.39

341

ৰাজস্থান

চুৰু

65.90

342

ৰাজস্থান

দৌছা

61.50

343

ৰাজস্থান

গংগানগৰ

74.77

344

ৰাজস্থান

জয়পুৰ

68.48

345

ৰাজস্থান

জয়পুৰ গ্ৰামীণl

65.54

346

ৰাজস্থান

জলোৰ

65.74

347

ৰাজস্থান

ঝলৱাৰ-বৰণ

71.96

348

ৰাজস্থান

ঝুনঝুনু

62.11

349

ৰাজস্থান

যোধপুৰ

68.89

350

ৰাজস্থান

কৰৌলি-ঢোলপুৰ

55.18

351

ৰাজস্থান

কোটা

70.22

352

ৰাজস্থান

নাগপুৰ

62.32

353

ৰাজস্থান

পলি

62.98

354

ৰাজস্থান

ৰাজছামন্দ

64.87

355

ৰাজস্থান

ছিকাৰ

65.18

356

ৰাজস্থান

টংক-সাৱাই মধেপুৰ

63.44

357

ৰাজস্থান

উদয়পুৰ

70.32

358

ছিক্কিম

ছিক্কিম

81.41

359

তামিল নাডু

আৰাকোনাম

78.65

360

তামিল নাডু

আৰানি

79.01

361

তামিল নাডু

চেন্নাই মধ্য

58.98

362

তামিল নাডু

চেন্নাই উত্তৰ

64.26

363

তামিল নাডু

চেন্নাই দক্ষিণ

57.07

364

তামিল নাডু

চিদাম্বৰম

77.98

365

তামিল নাডু

কইম্বাটোৰ

63.86

366

তামিল নাডু

কুদ্দালোৰ

76.49

367

তামিল নাডু

ধৰ্মপুৰী

82.41

368

তামিল নাডু

দিন্দিগুল

75.29

369

তামিল নাডু

ইৰোড

73.11

370

তামিল নাডু

কাল্লাকুৰিচি

78.81

371

তামিল নাডু

কাঞ্চিপুৰম

75.31

372

তামিল নাডু

কন্যাকুমাৰী

69.90

373

তামিল নাডু

কৰুৰ

79.55

374

তামিল নাডু

কৃষ্ণগিৰি

75.95

375

তামিল নাডু

মাদুৰাই

66.09

376

তামিল নাডু

মইলাদুথুৰাই

73.93

377

তামিল নাডু

নাগাপট্টিনম

76.93

378

তামিল নাডু

নমাক্কাল

80.22

379

তামিল নাডু

নীলগিৰি

74.01

380

তামিল নাডু

পেৰাম্বুলুৰ

79.26

381

তামিল নাডু

পোল্লাচি

71.15

382

তামিল নাডু

ৰামনাথপুৰম

68.40

383

তামিল নাডু

ছালেম

77.91

384

তামিল নাডু

শিৱগংগা

69.90

385

তামিল নাডু

শ্ৰীপেৰেম্বুদুৰ

62.44

386

তামিল নাডু

টেনকাছি

71.43

387

তামিল নাডু

থাঞ্জাভুৰ

72.55

388

তামিল নাডু

থেনি

75.27

389

তামিল নাডু

তিৰুৱুল্লুৰ

72.33

390

তামিল নাডু

তুতুক্কুড়ি

69.48

391

তামিল নাডু

তিৰুচিৰাপল্লি

69.50

392

তামিল নাডু

তিৰুনেলভেল্লী

67.22

393

তামিল নাডু

তিৰুপুৰ

73.21

394

তামিল নাডু

তিৰুৱন্নামলাই

78.15

395

তামিল নাডু

ভেলোৰ

71.46

396

তামিল নাডু

ৱিলুপুৰম

78.66

397

তামিল নাডু

ৱিৰুধুনগৰ

72.49

398

তেলেংগানা

আদিলাবাদ

71.42

399

তেলেংগানা

ভংগিৰ

74.49

400

তেলেংগানা

চেভেল্লা

53.25

401

তেলেংগানা

হায়দৰাবাদ

44.84

402

তেলেংগানা

কৰিমনগৰ

69.52

403

তেলেংগানা

খম্মাম

75.30

404

তেলেংগানা

মেহবুবাবাদ

69.06

405

তেলেংগানা

মেহবুবনগৰ

65.39

406

তেলেংগানা

মল্কাজগিৰি

49.63

407

তেলেংগানা

মেডক

71.75

408

তেলেংগানা

নগকুৰ্ন্নুল

62.33

409

তেলেংগানা

নলগোন্দা

74.15

410

তেলেংগানা

নিজামাবাদ

68.44

411

তেলেংগানা

পেদ্দাপল্লে

65.59

412

তেলেংগানা

চেকেন্দাবাদ

46.50

413

তেলেংগানা

ৱাড়েংগল

63.70

414

তেলেংগানা

জাহিৰাবাদ

69.70

415

ত্ৰিপুৰা

ত্ৰিপুৰা পূব

82.90

416

ত্ৰিপুৰা

ত্ৰিপুৰা পশ্চিম

81.93

417

উত্তৰ প্ৰদেশ

আগ্ৰা

59.12

418

উত্তৰ প্ৰদেশ

আকবৰপুৰ

58.13

419

উত্তৰ প্ৰদেশ

আলিগড়

61.68

420

উত্তৰ প্ৰদেশ

এলাহাবাদ

51.83

421

উত্তৰ প্ৰদেশ

আম্বেদকাৰ নগৰ

61.08

422

উত্তৰ প্ৰদেশ

আমেঠি

54.08

423

উত্তৰ প্ৰদেশ

আমৰোহা

71.05

424

উত্তৰ প্ৰদেশ

আওনলা

58.97

425

উত্তৰ প্ৰদেশ

আজমগড়

57.56

426

উত্তৰ প্ৰদেশ

বদৌন

57.17

427

উত্তৰ প্ৰদেশ

বাঘপত

64.68

428

উত্তৰ প্ৰদেশ

বাহৰৈচ

57.24

429

উত্তৰ প্ৰদেশ

বালিয়া

54.35

430

উত্তৰ প্ৰদেশ

বান্দা

60.80

431

উত্তৰ প্ৰদেশ

বাঁছগাও

55.38

432

উত্তৰ প্ৰদেশ

বাৰাবাংকি

63.61

433

উত্তৰ প্ৰদেশ

বৰেলি

59.46

434

উত্তৰ প্ৰদেশ

বস্তি

57.19

435

উত্তৰ প্ৰদেশ

ভডোহি

53.53

436

উত্তৰ প্ৰদেশ

বীজনোৰ

66.22

437

উত্তৰ প্ৰদেশ

বুলন্দচহৰ

62.92

438

উত্তৰ প্ৰদেশ

চান্দৌলি

61.83

439

উত্তৰ প্ৰদেশ

দেওৰিয়া

57.90

440

উত্তৰ প্ৰদেশ

ধৌৰাৰা

64.69

441

উত্তৰ প্ৰদেশ

দোমৰিয়াগঞ্জ

52.26

442

উত্তৰ প্ৰদেশ

ইটা

61.70

443

উত্তৰ প্ৰদেশ

ইটৱা

58.52

444

উত্তৰ প্ৰদেশ

ফৈজাবাদ

59.69

445

উত্তৰ প্ৰদেশ

ফাৰুক্কাবাদ

58.72

446

উত্তৰ প্ৰদেশ

ফটেহপুৰ

56.79

447

উত্তৰ প্ৰদেশ

ফটেহপুৰ ছিক্ৰি

60.42

448

উত্তৰ প্ৰদেশ

ফিৰোজাবাদ

60.13

449

উত্তৰ প্ৰদেশ

গৌতম বুদ্ধ নগৰ

60.49

450

উত্তৰ প্ৰদেশ

গাজিয়াবাদ

55.89

451

উত্তৰ প্ৰদেশ

গাজিপুৰ

58.88

452

উত্তৰ প্ৰদেশ

ঘোছি

57.31

453

উত্তৰ প্ৰদেশ

গোণ্ডা

52.20

454

উত্তৰ প্ৰদেশ

গোৰখপুৰ

59.81

455

উত্তৰ প্ৰদেশ

হামিৰপুৰ

62.32

456

উত্তৰ প্ৰদেশ

হৰদৈ

58.54

457

উত্তৰ প্ৰদেশ

হাথৰছ

61.76

458

উত্তৰ প্ৰদেশ

জলৌন

58.49

459

উত্তৰ প্ৰদেশ

জৌনপুৰ

55.77

460

উত্তৰ প্ৰদেশ

ঝাঁচি

67.68

461

উত্তৰ প্ৰদেশ

কৈৰানা

67.45

462

উত্তৰ প্ৰদেশ

কৈছেৰগঞ্জ

54.39

463

উত্তৰ প্ৰদেশ

কন্নৌজ

60.86

464

উত্তৰ প্ৰদেশ

কানপুৰ

51.65

465

উত্তৰ প্ৰদেশ

কৌচম্বি

54.56

466

উত্তৰ প্ৰদেশ

খেৰি

64.20

467

উত্তৰ প্ৰদেশ

কুশি নগৰ

59.79

468

উত্তৰ প্ৰদেশ

লালগঞ্জ

54.86

469

উত্তৰ প্ৰদেশ

লক্ষ্ণৌ

54.78

470

উত্তৰ প্ৰদেশ

মচলিচহৰ

56.02

471

উত্তৰ প্ৰদেশ

মহাৰাজগঞ্জ

64.07

472

উত্তৰ প্ৰদেশ

মইনপুৰী

56.77

473

উত্তৰ প্ৰদেশ

মথুৰা

61.08

474

উত্তৰ প্ৰদেশ

মীৰাট

64.29

475

উত্তৰ প্ৰদেশ

মিৰ্জাপুৰ

60.11

476

উত্তৰ প্ৰদেশ

মিছৰিখ

57.17

477

উত্তৰ প্ৰদেশ

মোহনলালগঞ্জ

62.79

478

উত্তৰ প্ৰদেশ

মোৰাদাবাদ

65.46

479

উত্তৰ প্ৰদেশ

মুজফ্ফৰনগৰ

68.42

480

উত্তৰ প্ৰদেশ

নাগিনা

63.66

481

উত্তৰ প্ৰদেশ

ফুলপুৰ

48.70

482

উত্তৰ প্ৰদেশ

পিলিভিট

67.41

483

উত্তৰ প্ৰদেশ

প্ৰতাপগড়

53.56

484

উত্তৰ প্ৰদেশ

ৰাই বৰেলি

56.34

485

উত্তৰ প্ৰদেশ

ৰামপুৰ

63.19

486

উত্তৰ প্ৰদেশ

ৰবাৰ্টগঞ্জ

57.37

487

উত্তৰ প্ৰদেশ

সাহৰানপুৰ

70.87

488

উত্তৰ প্ৰদেশ

চালেমপুৰ

55.43

489

উত্তৰ প্ৰদেশ

চম্বল

64.73

490

উত্তৰ প্ৰদেশ

সন্ত কবিৰ নগৰ

54.20

491

উত্তৰ প্ৰদেশ

শ্বাহজাহাঁপুৰ

56.15

492

উত্তৰ প্ৰদেশ

শ্ৰাৱস্তি

52.08

493

উত্তৰ প্ৰদেশ

সীতাপুৰ

63.93

494

উত্তৰ প্ৰদেশ

চুলতানপুৰ

56.37

495

উত্তৰাখণ্ড

উন্নাও

56.47

496

উত্তৰাখণ্ড

বাৰনসী

57.13

497

উত্তৰাখণ্ড

আলমোৰা

52.31

498

উত্তৰাখণ্ড

গড়ৱাল

55.17

499

উত্তৰাখণ্ড

হৰিদ্বাৰ

69.18

500

উত্তৰাখণ্ড

নৈনিতাল-উধমসিং নগৰ

68.97

501

উত্তৰাখণ্ড

তেহৰী গড়ৱাল

58.87

502

পশ্চিম বংগ

আলিপুৰদুৱাৰ

83.79

503

পশ্চিম বংগ

আৰামবগ

83.44

504

পশ্চিম বংগ

আছানচোল

76.62

505

পশ্চিম বংগ

বহৰমপুৰ

79.41

506

পশ্চিম বংগ

বালুৰঘাট

83.69

507

পশ্চিম বংগ

বনগাঁও

82.64

508

পশ্চিম বংগ

বাংকুৰা

83.25

509

পশ্চিম বংগ

বাৰাছত

81.26

510

পশ্চিম বংগ

বৰ্দ্ধমান দুৰ্গাপুৰ

82.67

511

পশ্চিম বংগ

বৰ্দ্ধমান পূৰ্ব

84.78

512

পশ্চিম বংগ

বেৰেকপুৰ

76.91

513

পশ্চিম বংগ

বছিৰহাট

85.43

514

পশ্চিম বংগ

বীৰভূম

85.34

515

পশ্চিম বংগ

বিষ্ণুপুৰ

87.34

516

পশ্চিম বংগ

বোলপুৰ

85.74

517

পশ্চিম বংগ

কোচ বিহাৰ

84.08

518

পশ্চিম বংগ

দাৰ্জিলিং

78.80

519

পশ্চিম বংগ

ডায়মণ্ড হাৰ্বাৰ

81.98

520

পশ্চিম বংগ

দমদম

76.92

521

পশ্চিম বংগ

ঘাতল

82.74

522

পশ্চিম বংগ

হুগলী

82.57

523

পশ্চিম বংগ

হাওৰা

74.83

524

পশ্চিম বংগ

যাদৱপুৰ

79.11

525

পশ্চিম বংগ

জলপাইগুৰি

86.51

526

পশ্চিম বংগ

জংগীপুৰ

80.72

527

পশ্চিম বংগ

জয়নগৰ

82.29

528

পশ্চিম বংগ

ঝাৰগ্ৰাম

85.71

529

পশ্চিম বংগ

কাঁঠি

85.83

530

পশ্চিম বংগ

কলকাটা দক্ষিণ

69.82

531

পশ্চিম বংগ

কলকাটা উত্তৰ

65.83

532

পশ্চিম বংগ

কৃষ্ণনগৰ

83.75

533

পশ্চিম বংগ

মালদা দক্ষিণ

81.24

534

পশ্চিম বংগ

মালদা উত্তৰ

80.39

535

পশ্চিম বংগ

মথুৰাপুৰ

84.86

536

পশ্চিম বংগ

মেদনিপুৰ

84.24

537

পশ্চিম বংগ

মুৰ্চিদাবাদ

84.29

538

পশ্চিম বংগ

পুৰুলিয়া

82.38

539

পশ্চিম বংগ

ৰাইগঞ্জ

79.82

540

পশ্চিম বংগ

ৰানাঘাটt

84.26

541

পশ্চিম বংগ

শ্ৰীৰামপুৰ

78.54

542

পশ্চিম বংগ

তামলুক

85.38

543

পশ্চিম বংগ

উলুবেৰিয়া

81.18

সমগ্ৰ ভাৰত

67.40

***************

DK/RP/KB



(Release ID: 2019390) Visitor Counter : 45