ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

প্ৰেছ বিজ্ঞপ্তি

प्रविष्टि तिथि: 20 MAR 2024 11:37AM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সংবিধানৰ ৭৫ নং অনুচ্ছেদৰ দফা(২)ৰ অধীনত তাৎক্ষণিকভাৱে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰা শ্ৰী পশুপতি কুমাৰ পাৰসৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে।

তদুপৰি, প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে কেবিনেট মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুক তেওঁৰ বৰ্তমানৰ দপ্তৰৰ উপৰিও খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে।

 

DS/AK/KG


(रिलीज़ आईडी: 2015825) आगंतुक पटल : 145
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Tamil , Kannada