প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ‘মিছন দিব্যাষ্ট্ৰ’ৰ প্ৰশংসা কৰে যি মাল্টিপল ইণ্ডিপেণ্ডেণ্টলি টাৰ্গেটেবল ৰি-এণ্ট্ৰি ভেহিকল (MIRV)ৰে সজ্জিত থলুৱাভাৱে নিৰ্মিত অগ্নি-৫ ক্ষেপণাস্ত্ৰৰ প্ৰথম উৰণ পৰীক্ষা

प्रविष्टि तिथि: 11 MAR 2024 6:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘মিছন দিব্যাষ্ট্ৰ’ৰ বাবে ডিআৰডিঅ’ৰ বিজ্ঞানীসকলক প্ৰশংসা কৰে যি মাল্টিপল ইণ্ডিপেণ্ডেণ্টলি টাৰ্গেটেবল ৰি-এণ্ট্ৰি ভেহিকল (এমআইআৰভি) প্ৰযুক্তিৰে সজ্জিত থলুৱাভাৱে নিৰ্মিত অগ্নি-৫ ক্ষেপণাস্ত্ৰৰ প্ৰথম উৰণ পৰীক্ষা।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত পোষ্ট কৰিছে:

"মিছন দিব্যাষ্ট্ৰৰ বাবে আমাৰ ডিআৰডিঅ’ৰ বিজ্ঞানীসকলক লৈ গৌৰৱান্বিত, যিটো হৈছে মাল্টিপল ইণ্ডিপেণ্ডেণ্টলি টাৰ্গেটেবল ৰি-এণ্ট্ৰি ভেহিকল (এমআইআৰভি) প্ৰযুক্তিৰে সজ্জিত থলুৱাভাৱে নিৰ্মিত অগ্নি-৫ মিছাইলৰ প্ৰথম উৰণ পৰীক্ষা।"

**********

 

DS


(रिलीज़ आईडी: 2013606) आगंतुक पटल : 143
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam