প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহা শিৱৰাত্ৰী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
08 MAR 2024 8:58AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহা শিৱৰাত্ৰী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷ শ্ৰী মোদীয়ে লগতে এই মহান উৎসৱে যাতে সকলোৰে জীৱনত নতুন শক্তি কঢ়িয়াই অনাৰ লগতে অমৃতকালত দেশৰ সংকল্পক নতুন শক্তি প্ৰদান কৰে, তাকে কামনা কৰে৷
টুইটাৰৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“দেশৰ মোৰ পৰিয়ালৰ সদস্যসকললৈ মহা শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই মহান উৎসৱে সকলোৰে জীৱনলৈ নতুন শক্তি কঢ়িয়াই অনাৰ লগতে অমৃতকালত দেশৰ সংকল্পক নতুন শক্তি প্ৰদান কৰিব বুলি কামনা কৰিলোঁ। জয় ভোলে নাথ!”
***
DS/ST/DB
(रिलीज़ आईडी: 2012784)
आगंतुक पटल : 92
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam