প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজু পাটনায়কৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
प्रविष्टि तिथि:
05 MAR 2024 9:44AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজু পাটনায়কৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে কয় যে কিংবদন্তী বিজু পাটনায়কজীৰ দূৰদৰ্শী নেতৃত্ব আৰু অদম্য সাহসে সমগ্ৰ প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।
এক্সত প্ৰধানমন্ত্ৰীয়ে কয়;
"মই কিংবদন্তি বিজু পাটনায়কজীৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁৰ দূৰদৰ্শী নেতৃত্ব আৰু অদম্য সাহসে সমগ্ৰ প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। আমাৰ ৰাষ্ট্ৰলৈ তেওঁৰ অৱদান আৰু উন্নয়নৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতা অনুকৰণীয়। আজি এই বিশেষ দিনটোত মই চণ্ডীখোলাত বিভিন্ন প্ৰকল্প উদ্বোধন কৰিবলৈ ওড়িশাৰ জনসাধাৰণৰ মাজত উপস্থিত থাকিবলৈ আগ্ৰহী। মই এখন @BJP4Odisha ৰাজহুৱা সভাও সম্বোধন কৰিম।"
*********
DS/ST/KD
(रिलीज़ आईडी: 2011487)
आगंतुक पटल : 117
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
हिन्दी
,
English
,
Urdu
,
Marathi
,
Bengali-TR
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam
,
Malayalam