প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মাদুৰাই মীনাক্ষী আম্মান মন্দিৰত প্ৰাৰ্থনা কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 27 FEB 2024 10:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাদুৰাই মীনাক্ষী আম্মান মন্দিৰত প্ৰাৰ্থনা কৰে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত পোষ্ট কৰিছে এইদৰেঃ

"মাদুৰাই মীনাক্ষী আম্মান মন্দিৰত প্ৰাৰ্থনা কৰি ধন্য অনুভৱ কৰিছোঁ।"

*************

 

DS/KG


(रिलीज़ आईडी: 2010527) आगंतुक पटल : 100
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam