পোষ্ট কৰা হৈছে:
29 FEB 2024 10:11AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ দিনদৌৰীত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷
শ্ৰী মোদীয়ে লগতে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক টুইটাৰ পোষ্টত কয়;
“মধ্যপ্ৰদেশৰ দিনদৌৰীত সংঘটিত পথ দুৰ্ঘটনা অতি দুখজনক৷ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জনাইছো৷ ভগৱানে এই কঠিন মুহূৰ্তত সকলোকে শক্তি প্ৰদান কৰক৷ মই লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ৷ ৰাজ্য চৰকাৰৰ তত্বাৱধানত মই স্থানীয় প্ৰশাসনক পীড়িত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে৷” প্ৰধানমন্ত্ৰী @narendramodi”
*********
DS/ST/DB