প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ক্ৰিকেটাৰ মহম্মদ ছামীৰ আশু আৰোগ্য কামনা কৰিছে
Posted On:
27 FEB 2024 12:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক্ৰিকেটাৰ মহম্মদ ছামীৰ আশু আৰোগ্য আৰু সুস্বাস্থ্য কামনা কৰে।
এক্স-ৰ এটা পোষ্টত, মহম্মদ ছামীয়ে জনাইছিল যে তেওঁৰ গোৰোহাৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে।
মহম্মদ ছামীৰ এক্স হেণ্ডেলৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়,
"আপোনাৰ আশু আৰোগ্য আৰু সু-স্বাস্থ্যকামনা কৰিছো, @MdShami11! মই নিশ্চিত যে আপুনি আপোনাৰ অদম্য সাহসেৰে এই আঘাতৰ পৰা শীঘ্ৰেই আৰোগ্য লাভ কৰিব ।"
***
DS/ST/NB/ID
(Release ID: 2009331)
Visitor Counter : 82
Read this release in:
Tamil
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali-TR
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam