প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গুজৰাটৰ মহেছনাৰ ভলিনাথ মহাদেৱ মন্দিৰত পূজা আৰু দৰ্শন সম্পন্ন কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 22 FEB 2024 6:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ মহেছনাৰ ভলিনাথ মহাদেৱ মন্দিৰত পূজা আৰু দৰ্শন সম্পন্ন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

"জয় ভলিনাথ!

আজি মই মেহছনাৰ তৰ্ভত ভলিনাথ মহাদেৱৰ দৰ্শন কৰিলোঁ আৰু সকলোৰে কল্যাণৰ বাবে প্ৰাৰ্থনা কৰিলোঁ।"

 

***

DS/TS/KB


(रिलीज़ आईडी: 2008554) आगंतुक पटल : 108
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam