পোষ্ট কৰা হৈছে:
22 FEB 2024 6:15PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ মহেছনাৰ ভলিনাথ মহাদেৱ মন্দিৰত পূজা আৰু দৰ্শন সম্পন্ন কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"জয় ভলিনাথ!
আজি মই মেহছনাৰ তৰ্ভত ভলিনাথ মহাদেৱৰ দৰ্শন কৰিলোঁ আৰু সকলোৰে কল্যাণৰ বাবে প্ৰাৰ্থনা কৰিলোঁ।"
***
DS/TS/KB