প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

লক্ষীচৰাইত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 21 FEB 2024 12:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ লক্ষীচৰাইত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এটা টুইটাৰ পোষ্টত কয়;

“বিহাৰৰ লক্ষীচৰাইত সংঘটিত পথ দুৰ্ঘটনাটো অতি দুখজনক। এই দুৰ্ঘটনাত আপোনজনক হেৰুওৱা সকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। মই লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক সম্ভৱপৰ সকলো সাহায্য আগবঢ়াইছেঃ প্ৰধানমন্ত্ৰী”

***

DS/RT/DB


(रिलीज़ आईडी: 2007673) आगंतुक पटल : 126
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam