প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বসন্ত পঞ্চমী, সৰস্বতী পূজা উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
14 FEB 2024 11:14AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“সমগ্ৰ দেশৰ মোৰ পৰিয়াল সদস্যসকলক বসন্ত পঞ্চমী, সৰস্বতী পূজা উপলক্ষে শুভকামনা জ্ঞাপন কৰিলোঁ।”
***
DS/RT/DB
(ৰিলিজ আই ডি : 2006148)
অতিথি কক্ষ : 118
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam