প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমাৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃৰাষ্ট্ৰীয়কৰণৰ লক্ষ্যৰ প্ৰতি দায়বদ্ধ কেন্দ্ৰীয় চৰকাৰঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
13 FEB 2024 12:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে লিখা এটা নিৱন্ধ শ্বেয়াৰ কৰে।
তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিত উল্লেখ কৰাৰ দৰে আমাৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃৰাষ্ট্ৰীয়কৰণৰ লক্ষ্যৰ প্ৰতি তেওঁৰ চৰকাৰ দায়বদ্ধ।
টুইটাৰৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“ৰাষ্ট্ৰীয় শিক্ষা নীতিত উল্লেখ কৰাৰ দৰে আমাৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃৰাষ্ট্ৰীয়কৰণৰ লক্ষ্যৰ প্ৰতি আমাৰ চৰকাৰ দায়বদ্ধ৷ আইআইটি-দিল্লী আবুধাবি কেম্পাছ আৰু আইআইটি-মাদ্ৰাছ জাঞ্জিবাৰ কেম্পাছে এই প্ৰতিশ্ৰুতিৰে ফল৷ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে তেওঁৰ লেখাত এই আৱেগ শ্বেয়াৰ কৰিছে।”

***
DS/RT/DB
***
DS/RT/DB
(ৰিলিজ আই ডি : 2005534)
অতিথি কক্ষ : 200
ত এই ৰিলিজটো পঢ়ক:
Gujarati
,
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Odia
,
Telugu
,
Kannada
,
Malayalam