প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰোহন বোপান্নাক সাক্ষাৎ কৰে
प्रविष्टि तिथि:
02 FEB 2024 10:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেনিছ খেলুৱৈ ৰোহন বোপান্নাক সাক্ষাৎ কৰে।
তেওঁ অষ্ট্ৰেলিয়া অ'পেনত জয়লাভ কৰা বাবে বোপান্নাৰ প্ৰশংসা কৰি কয় যে তেওঁৰ প্ৰাপ্তিয়ে দেশক গৌৰৱান্বিত কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:
"ৰোহন বোপান্না, আপোনাক লগ পাই আনন্দিত হৈছোঁ। আপোনাৰ প্ৰাপ্তিয়ে দেশক গৌৰৱান্বিত কৰিছে আৰু আপোনাৰ সমৰ্পণে বহু লোকক অনুপ্ৰাণিত কৰিছে। আপোনাৰ অনাগত প্ৰয়াসসমূহৰ বাবে মোৰ শুভকামনা।"
**********
DS/RT
(रिलीज़ आईडी: 2002329)
आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam