তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠানলৈ ডিম্ড বিশ্ববিদ্যালয়ৰ মৰ্যাদা

प्रविष्टि तिथि: 31 JAN 2024 6:01PM by PIB Guwahati

শিক্ষা মন্ত্ৰালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি) পৰামৰ্শ অনুসৰি ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আইআইএমচি)ক বিশেষ শ্ৰেণীৰ অধীনত ডিম্ড বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰিছে। এই মৰ্যাদা আইআইএমচি, নতুন দিল্লী আৰু জম্মু (জম্মু আৰু কাশ্মীৰ), অমৰাৱতী (মহাৰাষ্ট্ৰ), আইজল (মিজোৰাম), কোট্টায়াম (কেৰালা) আৰু ধেনকানাল (উৰিষ্যা)ত অৱস্থিত ইয়াৰ পাঁচটা আঞ্চলিক কেম্পাছৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব।

এই নতুন মৰ্যাদাৰ লগতে আই.আই.এম.চি.-ক এতিয়া ডিগ্ৰীসহ ডক্টৰেট ডিগ্ৰী প্ৰদানৰ বাবেও অনুমোদন প্ৰদান কৰা হৈছে।

তলত দিয়া লিংকৰ পৰা বিতং অধিসূচনাৰ বিষয়ে জানিব পাৰিব:

https://iimc.gov.in/WriteReadData/userfiles/file/2024/Jan/Notification.pdf

 

***

Pragya Paliwal/Saurabh Singh/AR


(रिलीज़ आईडी: 2001592) आगंतुक पटल : 121
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Kannada , Urdu , हिन्दी , Marathi , Bengali , Telugu