প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে মহিলাৰ সৱলীকৰণৰ বাবে শৈক্ষিক সংস্কাৰৰ প্ৰভাৱ প্ৰসংগত গুৰুত্ব আৰোপ কৰে

Posted On: 27 JAN 2024 8:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাসকলক শক্তিসমৃদ্ধ কৰাৰ বাবে শৈক্ষিক সংস্কাৰৰ প্ৰভাৱ প্ৰসংগত গুৰুত্ব আৰোপ কৰে।

কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ তথা উদ্যোগমন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ এটা ‘পোষ্ট’ ‘শ্বেয়াৰ’ কৰি তেওঁ কয় যে এই সংস্কাৰসমূহে সকলো ক্ষেত্ৰতে লিংগ সমতা আৰু মহিলা নেতৃত্বাধীন উন্নয়নক অধিক আগবঢ়াই নিব।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:

"আমাৰ শৈক্ষিক সংস্কাৰৰ প্ৰভাৱ প্ৰকৃতাৰ্থতে পৰিৱৰ্তনশীল, বিশেষকৈ আমাৰ নাৰী শক্তিক শক্তিসমৃদ্ধ কৰাৰ ক্ষেত্ৰত। ইয়াৰ ফলত সকলো ক্ষেত্ৰতে লিংগ সমতা আৰু মহিলা নেতৃত্বাধীন বিকাশ সম্ভৱ হ'ব।"

***

DS/RT/KB



(Release ID: 2000259) Visitor Counter : 46