প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গণৰাজ্য দিৱসত প্ৰধানমন্ত্ৰীয়ে প্ৰতিজন নাগৰিকক শুভকামনা জনায়
পোষ্ট কৰা হৈছে:
26 JAN 2024 9:41AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫তম গণৰাজ্য দিৱস উপলক্ষে প্ৰতিজন নাগৰিকক শুভকামনা জনাইছে।
এটা এক্স পোষ্টত, প্ৰধানমন্ত্ৰীয়ে কয়;
"দেশৰ আপোন সমস্ত পৰিয়ালৰ সদস্যসকলক গণতন্ত্ৰ দিৱসৰ বহুত-বহুত শুভকামনা। জয় হিন্দ!
৭৫তম গণৰাজ্য দিৱসৰ বিশেষ উপলক্ষত শুভকামনা। জয় হিন্দ!"
**********
DS/ST
(ৰিলিজ আই ডি : 1999915)
অতিথি কক্ষ : 132
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam