পোষ্ট কৰা হৈছে:
04 JAN 2024 2:30PM by PIB Guwahati
মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰী পু লালদুহোমাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত পোষ্ট কৰিছে:
"মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰী পু লালদুহোমাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
***
DS/RT/KB