প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভিবিএছৱাইৰ সময়ত ১ কোটি আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰাৰ বাবে প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 23 DEC 2023 10:10AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সময়ত ১ কোটি আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে৷

এই সাফল্যক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভিবিএছৱাইৰ উদ্দেশ্য হৈছে সকলো যোগ্য নাগৰিকক চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰা৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“অতি উৎসাহজনক খবৰ! বিকশিত ভাৰত সংকল্প যাত্ৰাৰ উদ্দেশ্যও এই যে দেশজুৰি মোৰ সকলো দুখীয়া ভাই-ভনীক আমাৰ আঁচনিসমূহৰ সুবিধা প্ৰদান কৰা৷”

***

DS/DB



(Release ID: 1990361) Visitor Counter : 38