প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কাশী তামিল সংগমম ফ’ৰাম ভাৰতৰ ঐক্য আৰু বৈচিত্ৰৰ এক প্ৰমাণঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
14 DEC 2023 9:35PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশী তামিল সংগমম ফ’ৰামক ভাৰতৰ ঐক্য আৰু বৈচিত্ৰৰ এক প্ৰমাণ বুলি অভিহিত কৰে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱক শক্তিশালী কৰিছে।
শ্ৰী মোদীয়ে লগতে কয় যে চহকী সংস্কৃতিক উদযাপনেৰে কাশীয়ে পুনৰ কাশী তামিল সংগমমত জনতাক আদৰিবলৈ সাজু হৈছে।
বাৰাণসীত ১৭ৰ পৰা ৩০ ডিচেম্বৰ, ২০২৩লৈ কাশী তামিল সংগমম অনুষ্ঠিত হ’ব।
কাশী তামিল সংগমমৰ টুইটাৰ পোষ্টৰ সঁহাৰি জনায় প্ৰধানমন্ত্ৰীয়ে কয়;
“চহকী সংস্কৃতিক উদযাপনেৰে কাশীয়ে পুনৰ @KTSangamamত জনতাক আদৰিবলৈ ব্যাপক উৎসাহ-উদ্দীপনাৰে সাজু হৈছে। এই ফ’ৰাম ভাৰতৰ ঐক্য আৰু বৈচিত্ৰৰ এক প্ৰমাণ, যিয়ে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱক শক্তিশালী কৰিছে।'”
***
DS/ST/DB
(रिलीज़ आईडी: 1986681)
आगंतुक पटल : 100
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam