প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ডেৰাডুনত অনুষ্ঠিত বিনিয়োগকাৰী সন্মিলনত থলুৱা সামগ্ৰীৰ ওপৰত আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
08 DEC 2023 5:11PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত অনুষ্ঠিত ‘বিনিয়োগকাৰী সন্মিলন’ত প্ৰদৰ্শিত থলুৱা সামগ্ৰীসমূহৰ আভাস ব্যক্ত কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"ডেৰাডুনৰ ‘বিনিয়োগকাৰী সন্মিলন’ত দেৱভূমিৰ সামগ্ৰীসমূহ নিবিড়ভাৱে চোৱাৰ লগতে মই তেওঁলোকৰ ব্যৱসায়ৰ সৈতে জড়িত মোৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে যোগাযোগ কৰাৰ সুযোগ পাইছিলো। মই নিশ্চিত যে উত্তৰাখণ্ডত তৈয়াৰ কৰা বস্তুবোৰে বিশ্বজুৰি নিজৰ বিশেষ পৰিচয় গঢ়ি তুলিব। "
***
DS/TS/KB
(ৰিলিজ আই ডি : 1985360)
অতিথি কক্ষ : 81
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Assamese
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam