প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

"আমি আজি আৰু সদায় আপোনালোকৰ লগত থিয় দিছোঁ", টিম ইণ্ডিয়াক কয় পিএমে

प्रविष्टि तिथि: 19 NOV 2023 9:40PM by PIB Guwahati

বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰদৰ্শনৰ বাবে আজি প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে।

 

সমগ্ৰ প্ৰতিযোগিতাখনত অপৰাজিত প্ৰদৰ্শনৰ অন্তত বিশ্বকাপৰ ফাইনেলত পৰাস্ত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :

 

"প্ৰিয় টিম ইণ্ডিয়া,

 

বিশ্বকাপৰ জৰিয়তে আপোনালোকৰ প্ৰতিভা আৰু দৃঢ়তা উল্লেখযোগ্য আছিল। আপোনালোকে অতি উদ্যমেৰে খেলিছে আৰু দেশৰ বাবে অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে।

 

আমি আজি আৰু সদায় আপোনালোকৰ লগত থিয় দিছোঁ।"

**********

 

Dhiraj Singh / Anil/GS


(रिलीज़ आईडी: 1984922) आगंतुक पटल : 127
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Marathi , Tamil , Kannada , Malayalam , Telugu , Bengali , Urdu , हिन्दी , Manipuri , Punjabi , Gujarati , Odia