প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘বিএছএফ’ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 01 DEC 2023 10:16AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বিএছএফ’-ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কৰা ‘পোষ্ট’-ত কয়;

 

"বিএছএফৰ প্ৰতিষ্ঠা দিৱসত আমি উৎকৃষ্ট সেৱা আগবঢ়োৱা এই বাহিনীটোক প্ৰশংসা কৰিছোঁ, যি আমাৰ সীমান্তৰ প্ৰহৰী হিচাপে এক ভূমিকা পালন কৰি আহিছে। আমাৰ ৰাষ্ট্ৰক সুৰক্ষা দিয়াত তেওঁলোকৰ বীৰত্ব আৰু অটল মনোভাৱ তেওঁলোকৰ উচৰ্গিত সেৱাৰে প্ৰমাণ। প্ৰাকৃতিক দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ দৰে কামৰ সময়ত বিএছএফ-য়ে পালন কৰা ভূমিকাকো মই প্ৰশংসা কৰিব বিচাৰিছোঁ।"


***


DS/TS/KB


(रिलीज़ आईडी: 1981420) आगंतुक पटल : 125
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali-TR , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam