প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অন্ধ্ৰ প্ৰদেশৰ তিৰুমালাৰ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰত প্ৰাৰ্থনা আগবঢ়ায় প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
27 NOV 2023 10:01AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ তিৰুমালাৰ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰত প্ৰাৰ্থনা কৰে। ১৪০ কোটি ভাৰতীয়ৰ সুস্বাস্থ্য, মংগল আৰু সমৃদ্ধিৰ বাবেও তেওঁ ভগৱান ভেংকটেশ্বৰ স্বামীৰ আশীৰ্বাদ বিচাৰিছে। শ্ৰী মোদীয়ে তিৰুমালাৰ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰৰ পৰা দৃশ্যাংশও শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে;
“তিৰুমালাৰ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰত, ১৪০ কোটি ভাৰতীয়ৰ সুস্বাস্থ্য, মংগল আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰোঁ।”
“140 కోట్ల మంది భారతీయులకు మంచి ఆరోగ్యం, శ్రేయస్సు మరియు అభివృద్ధి కలగాలని తిరుమలలోని శ్రీ వేంకటేశ్వర స్వామి ఆలయంలో ప్రార్థించాను.”
প্ৰধানমন্ত্ৰীয়ে কাৰ্যক্ৰমৰ আৰু কিছু দৃশ্যাংশ শ্বেয়াৰ কৰে।
তেওঁ পোষ্ট কৰে:
"ঔম নমঃ ভেংকটেশায়!
তিৰুমালাৰ পৰা আৰু কিছু দৃশ্যাংশ।"
“ఓం నమో వేంకటాశాయ!
తిరుమల నుండి మరికొన్ని దృశ్యాలు.”
**********
(ৰিলিজ আই ডি : 1980331)
অতিথি কক্ষ : 98
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam