উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

২০২৩ ৰ ২৪ নৱেম্বৰত উপ-ৰাষ্ট্ৰপতিয়ে গুজৰাটৰ গান্ধীনগৰ ভ্ৰমণ কৰিব

উপ-ৰাষ্ট্ৰপতিয়ে আই চি এছ আয়ে আয়োজন কৰা "গ্ল'বেল প্ৰফেচনেল একাউণ্টেন্টচ কনভেনচন" মুকলি কৰিব

प्रविष्टि तिथि: 22 NOV 2023 10:34AM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখড়ে ২০২৩ৰ ২৪ নৱেম্বৰত গুজৰাটৰ গান্ধীনগৰ ভ্ৰমণ কৰিব।

ৰাজ্যখনলৈ তেওঁৰ এদিনীয়া ভ্ৰমণকালত, শ্ৰী ধনখড়ে মহানগৰ খনত ভাৰতীয় চাৰটাৰ্ড একাউণ্টেন্ট  প্ৰতিষ্ঠান (আই চি এ আই) খনে আয়োজন কৰা "গ্ল'বেল প্ৰফেচনেল একাউণ্টেন্টচ কনভেনচন" ৰ আৰম্ভণি সত্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

 

*****

MS/JK/RC/DD


(रिलीज़ आईडी: 1978706) आगंतुक पटल : 132
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , Tamil , Marathi , English , Urdu , हिन्दी , Bengali-TR , Gujarati , Odia