প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়ৰ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
05 NOV 2023 10:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়ৰ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন জ্ঞাপন কৰিছে৷
তেওঁ লগতে বিৰাট কোহলিক আজি এটা সুন্দৰ ইনিংচ খেলাৰ বাবে প্ৰশংসা কৰে৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
"আমাৰ ক্ৰিকেট দল পুনৰ জয়ী হ’ল! দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এক সুন্দৰ প্ৰদৰ্শনৰ বাবে দলটোক অভিনন্দন। প্ৰশংসনীয় টীমৱৰ্ক।
আজি তেওঁলোকে বিৰাট কোহলীকো জন্মদিনৰ এক ডাঙৰ উপহাৰ দিছে, যি এক সুন্দৰ ইনিংছ খেলিলে৷”
****
DS/RT/DB
(रिलीज़ आईडी: 1977358)
आगंतुक पटल : 133
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Urdu
,
Kannada
,
English
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam