প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘ভাই দুজ’ উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
Posted On:
15 NOV 2023 9:13AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাই দুজ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
‘এক্স’ত কৰা ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীয়ে কয়;
"ভাই দুজ’ হৈছে ভাতৃ আৰু ভগ্নীৰ মাজৰ পৱিত্ৰ সম্পৰ্কৰ প্ৰতীকী উৎসৱ। এই পৱিত্ৰ অনুষ্ঠান উপলক্ষে সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকলক মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।"
**********
Dhiraj Singh/Siddhant Tiwari/KB
(Release ID: 1977020)
Visitor Counter : 105
Read this release in:
Kannada
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam