প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশ্ব কাপৰ মেচত জয়ৰ বাবে টীম ইণ্ডিয়াক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
12 NOV 2023 9:59PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব কাপত নেদাৰলেণ্ডৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন জ্ঞাপন কৰিছে।
টুইটাৰৰ এক পোষ্টত শ্ৰী মোদীয়ে কয়:
“আমাৰ ক্ৰিকেট দলৰ বাবে দীপাৱলী আৰু অধিক বিশেষ হৈ পৰিল!
নেদাৰলেণ্ডৰ বিৰুদ্ধে সুন্দৰ বিজয় সাব্যস্ত কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন জ্ঞাপন কৰিছোঁ। দক্ষতা আৰু টীমৱৰ্কৰ আকৰ্ষণীয় প্ৰদৰ্শন।
ছেমিৰ বাবে শুভেচ্ছা জনালোঁ। ভাৰতবাসী উল্লসিত।”
*****
DS/DB
(ৰিলিজ আই ডি : 1976547)
অতিথি কক্ষ : 146
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam