পোষ্ট কৰা হৈছে:
01 NOV 2023 12:44PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কানাড়া ৰাজ্যোৎসৱ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :
"কানাড়া ৰাজ্যোৎসৱত আমি কৰ্ণাটকৰ আত্মা উদযাপন কৰোঁ - প্ৰাচীন উদ্ভাৱন আৰু আধুনিক উদ্যোগৰ এক দোলনা। ইয়াৰ লোকসকলে উষ্ণতা আৰু জ্ঞানৰ মিশ্ৰণেৰে ৰাজ্যখনৰ মহানতাৰ দিশে নিৰন্তৰ যাত্ৰাত ইন্ধন যোগায়। কৰ্ণাটকৰ বিকাশ, উদ্ভাৱন আৰু অনুপ্ৰেৰণা অব্যাহত থাকক।"
*****
DS/SKS/MK/AT