প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অন্ধ্ৰ প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
01 NOV 2023 11:20AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"অন্ধ্ৰ প্ৰদেশৰ প্ৰতিষ্ঠা দিৱসৰ মুহূৰ্তত এই গতিশীল ৰাজ্যখনৰ জনসাধাৰণক মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। "ব্যতিক্ৰমী প্ৰতিভা, অটল সংকল্প আৰু স্থিৰ দৃঢ়তাৰ সৈতে অন্ধ্ৰ প্ৰদেশৰ জনতাই বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ উৎকৃষ্টতাৰ নিদৰ্শন দাঙি ধৰি আহিছে। মই তেওঁলোকৰ নিৰন্তৰ সমৃদ্ধি আৰু সফলতাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ।"
*****
DS/SK/KB
(रिलीज़ आईडी: 1973668)
आगंतुक पटल : 116
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam